• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বহি:ৰাজ্যত পঞ্জীয়ণভূক্ত বাহনৰ গৰাকীলৈ কঠোৰ সকীয়নি পৰিবহণ বিভাগৰ

অসমত পুনৰ পঞ্জীয়ণ কৰিহে চলাচলৰ নিৰ্দেশ

নিউজ ডেস্ক by নিউজ ডেস্ক
August 4, 2022
in অসম, ৰাজনীতি, সংবাদ
1 min read
0
বহি:ৰাজ্যত পঞ্জীয়ণভূক্ত বাহনৰ গৰাকীলৈ কঠোৰ সকীয়নি পৰিবহণ বিভাগৰ

Guwahati traffic

Share on FacebookShare on Twitter

বহি:ৰাজ্যত পঞ্জীয়ণভুক্ত হৈ অসমত বিনা দ্বিধাই চলি থকা যান-বাহনৰ বিৰুদ্ধে কঠোৰ হৈছে অসম চৰকাৰ, পৰিবহণ বিভাগ৷ ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে বৰ্হিৰাজ্যত পঞ্জীয়নভূক্ত হৈ অসমত চলি থকা যান-বাহনৰ গৰাকীক সকিয়াই দি অসমৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় সমূহত যান-বাহন আইন ১৯৮৮ৰ ৪৭নং ধাৰা, যান-বাহন বিধি ১৯৮৯ৰ ৫৪নং বিধি অনুসৰি পূণৰ পঞ্জীয়ন কৰিহে চলাবলৈ নিৰ্দেশ দিয়ে। অন্যথা এনেকুৱা বাহনৰ বিৰুদ্ধে অনতিপলমে তীব্ৰ অভিযান চলিব বুলিও সকীয়াই দিয়ে৷

তদুপৰি যিসকল বৃহৎ আৰু বহুজাতিক উদ্যোগ আৰু নিৰ্মাণ প্ৰতিষ্ঠানে অসমত ব্যৱসায় বাণিজ্য চলাই আছে যদিও তেওঁলোকৰ বাহনসমূহ মেঘালয়, নাগালেণ্ড, মনিপুৰ, ত্ৰিপুৰা, মিজোৰামকে ধৰি অনান্য বহি:ৰাজ্যত পঞ্জীয়নভূক্ত হৈ আছে সেইসমূহ বাহনৰ গৰাকীৰ বিৰুদ্ধেও কঠোৰ সকীয়নি প্ৰদান কৰাৰ লগতে অনাগত দিনত যানবাহনৰ বিধি অনুসৰি বৃহৎ পৰিমাণৰ জৰিমনা বিহা হ’ব বুলিও ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্তগৰাকীয়ে মন্তব্য কৰে৷

Previous Post

প্ৰবীণ অভিনেতা মিথিলেশ চতুৰ্বেদীৰ দেহাৱসান

Next Post

৫ টাকৈ মিছাইলেৰে জাপান আক্ৰমণ কৰিলে চীনে!

Related Posts

Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
অসম

আজি বিশ্ব এইডছ দিৱস

December 1, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
Next Post
৫ টাকৈ মিছাইলেৰে জাপান আক্ৰমণ কৰিলে চীনে!

৫ টাকৈ মিছাইলেৰে জাপান আক্ৰমণ কৰিলে চীনে!

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

কংগ্ৰেছে কাকো ভয় নকৰে; প্ৰধানমন্ত্ৰীৰ গৃহও কৰিব পাৰে ঘেৰাও!

কংগ্ৰেছে কাকো ভয় নকৰে; প্ৰধানমন্ত্ৰীৰ গৃহও কৰিব পাৰে ঘেৰাও!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8