• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসম সাহিত্য সভাৰ নতুন সভাপতি সূৰ্যকান্ত হাজৰিকা

নিউজ ডেস্ক by নিউজ ডেস্ক
December 25, 2022
in অসম, ৰাজনীতি, সাহিত্য
1 min read
0
অসম সাহিত্য সভাৰ নতুন সভাপতি সূৰ্যকান্ত হাজৰিকা
Share on FacebookShare on Twitter

অসম সাহিত্য সভাৰ ২০২৩-২০২৫ বৰ্ষৰ বাবে সভাপতি পদত সূৰ্যকান্ত হাজৰিকা নিৰ্বাচিত হোৱাৰ লগতে উপ সভাপতি পদত গিৰিশ সন্দিকৈ, প্ৰধান সম্পাদকৰ পদত উপেন্দ্ৰজিৎ শৰ্মাই জয়লাভ কৰে।

উল্লেখ্য, শনিবাৰে নলবাৰী জিলা পুথিভঁৰালত অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ ভোট গণনা। প্ৰধান সম্পাদকৰ পদত ৫গৰাকী পাৰ্থীয়ে আগবঢ়াইছিল প্ৰতিদ্বন্দ্বিতা। সভাপতি আৰু উপ-সভাপতি পদত পদত প্ৰাৰ্থিত্ব আগবঢ়াইছিল ৬গৰাকীকৈ প্ৰাৰ্থীয়ে। এইবাৰৰ সাহিত্য সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল বিশিষ্ট সাহিত্যিক য়েচে দৰ্জে ঠংচিয়েও। অৰুণাচল নিৱাসী অসমীয়া সাহিত্যিকগৰাকীয়ে সভাপতি পদৰ প্ৰতিদ্বন্দ্বিতাত দ্বিতীয় সৰ্বাধিক ভোট লাভ কৰিছিল।

অসম সাহিত্য সভাৰ নতুন কাৰ্যকালৰ বাবে সভাপতি হিচাপে নিৰ্বাচিত সূৰ্যকান্ত হাজৰিকাই লখিমপুৰৰ নাৰায়ণপুৰত অহা ৩১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব লগা অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিৰ আসন অলংকৃত কৰিব।

শনিবাৰে  নলবাৰী জিলা পৃথিভঁৰালত হোৱা ভোট গণনাৰ অন্তত ৩৩৫টা ভোটত জয়লাভ কৰে হাজৰিকাই। তেওঁ ৮৪ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে। সেইদৰে সভাপতি পদৰ প্রার্থী য়েছে দৰজে ঠংছি য়ে ২৫১ টা ভোট, জগদীশ পাটগিৰীয়ে ৩৭, নাহেন্দ্ৰ পাদুনে ৫৮, প্ৰহ্লাদ তাছাই ৫০ টা আৰু ৰোমান শৰ্মাই মাত্ৰ এটা ভোট লাভ কৰে।

সেইদৰে প্ৰধান সম্পাদক পদত ৩১৫ টা ভোট লাভ কৰি উপেন্দ্ৰজিত শৰ্মা নিৰ্বাচিত হয়। তেওঁ নিকটতম প্ৰতিদ্বন্দ্বীক ১৮৬ টা ভোটত পৰাস্ত কৰে। এই পদৰ প্ৰাৰ্থী ক্ৰমে যাদৱ চন্দ্ৰ শৰ্মাই ৮৮টা,অনুপ বৰঠাকুৰে ৮২ টা, দেৱজিত বৰাই ১২৯টা আৰু ৰমানন্দন বৰাই ১১০টা ভোট লাভ কৰে। ইপিনে উপ-সভাপতি পদত নিৰ্বাচিত হয় গিৰিশ সন্দিকৈ। তেওঁ ২৮৪ টা ভোট লাভ কৰে। গিৰিশ সন্দিকৈয়ে ১৫১ টা ভোট ৰ ব্যৱধানত জয়ী হয়। আন প্ৰাৰ্থীসকল ক্ৰমে বসন্ত শৰ্মাই ৫৮ ভোট লাভ কৰে। সেইদৰে ধীৰেন শৰ্মাই ১৩৩ টা ভোট, পৱিত্ৰ বৰবৰা ই ৪৬ টা, গোবিন্দ তালুকদাৰে ৪৮ টা,  গণেশ চন্দ্ৰ নাথে ৩০ টা ভোট লাভ কৰিবলৈ সক্ষম হয়।

Previous Post

আজি পৱিত্ৰ বৰদিন

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

মহানগৰীৰ হোটেলত CIDৰ ASIৰ মৃতদেহ উদ্ধাৰ

মহানগৰীৰ বিভিন্ন স্থানত চলিল আৰক্ষীৰ অভিযান!

বনভোজলৈ গৈ ব্ৰহ্মপুত্ৰত সলিল সমাধি ঘটে এজন ছাত্ৰৰ

বনভোজলৈ গৈ ব্ৰহ্মপুত্ৰত সলিল সমাধি ঘটে এজন ছাত্ৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8