নিউজ ডেস্কঃ বৰঝাৰত উপস্থিত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক শেষ শ্ৰদ্ধা জনাবলৈ আহিছে ৰাহুল গান্ধী। পুৱা প্ৰায় ৯.৩০ বজাত বিমানবন্দৰত উপস্থিত হয় কংগ্ৰেছ নেতাগৰাকী। কলাক্ষেত্ৰত তৰুণ গগৈৰ নশ্বৰ দেহত শ্ৰদ্ধা জনাই পুনৰ ১১ বজাৰ বিশেষ বিমানেৰে উভতি যাব ৰাহুল গান্ধী৷