• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ইংৰাজী মাধ্যমত হ’ব সাধাৰণ বিজ্ঞান আৰু গণিতৰ পাঠদান! নাথাকিব ছোৱালী বিদ্যালয়

ৰাজ্যিক কোবিনেটত ৰাজ্যৰ শিক্ষাখণ্ডৰ সন্দৰ্ভত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

নিউজ ডেস্ক by নিউজ ডেস্ক
July 29, 2022
in অসম, ৰাজনীতি, শিক্ষা
1 min read
0
ৰাজ্যৰ ৬৫ হাজাৰ শিক্ষকলৈ টেবলেট! প্ৰাদেশিকীকৰণ আৰু একত্ৰিকৰণৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যোৱা কেবিনেট বৈঠকত ৰাজ্যৰ শিক্ষাখণ্ডৰ সন্দৰ্ভত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদ মেলত ৰাজহুৱা কৰিছে সিদ্ধান্ত সমূহৰ মতে-

বৰ্তমানৰ পৰা বিদ্যালয়সমূহত ইংৰাজী ভাষা উন্নত কৰাৰ বাবে তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ইংৰাজী ভাষাত হ’ব সাধাৰণ বিজ্ঞান আৰু সাধাৰণ গণিত বিষয় দুটাৰ পাঠদান। ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ মাতৃভাষাৰ সমান্তৰালকৈ মাধ্যমিক বিদ্যালয়ত ইংৰাজী মাধ্যমতো পাঠদান কৰা হ’ব। মাধ্যমিক পৰ্যায়ত ৫+১ বিষয় থাকে। বৰ্তমান মাধ্যমিক শিক্ষাত অন্তৰ্ভুক্ত হৈ থকা সমাজ অধ্যয়ন বিষয়টো মাধ্যমিক শিক্ষাৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব। ইয়াৰ পৰিৱৰ্তে ভূগোল আৰু বুৰঞ্জী বিষয় দুটা সন্নিৱিষ্ট কৰা হ’ব।

প্ৰথম পাঁচটা বৰ্ষৰ পাঠদান মাতৃভাষাতে হ’ব যদিও প্ৰতিখন জিলাৰ নিৰ্বাচিত কিছু বিদ্যালয়ত পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে মাতৃভাষাৰ সমান্তৰালকৈ ইংৰাজী মাধ্যমতো শিক্ষা দিয়া হ’ব। অংগনৱাড়ীৰ দুটা শ্ৰেণী আৰু প্ৰাথমিক শ্ৰেণীত থকা ৩ টা শ্ৰেণী মাতৃভাষাত পাঠদান কৰা হ’ব।

তদুপৰি মাধ্যমিক পৰ্যায়ত থকা ছোৱালী বিদ্যালয় সমূহৰ ভিতৰত এতিয়াৰে পৰা ঐতিহ্যমণ্ডিত ছোৱালী বিদ্যালয়ৰ বাহিৰে কোনো সুকীয়াকৈ ছোৱালী বিদ্যালয় নাথাকিব। সকলোকে সহ-শিক্ষা বিদ্যালয় হিচাপে ধৰা হ’ব। ইয়াৰ উপৰিও ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে ৰেগুলেটৰী অথৰিটীক জনাব লাগে আৰু ইয়াত সকলো বিদ্যালয়ক পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা হৈছে। অন্যথা ১০,০০০ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব।

Previous Post

আজি Commonwealth Games ৰ ৰিঙত নামিব অসমৰ শিৱ থাপা

Next Post

ত্ৰিপুৰাৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান IPS অমিতাভ ৰঞ্জন

Related Posts

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
গুৱাহাটীত ছাল লিফটিং আৰু ফৰ্মিংৰ এক নতুন প্ৰযুক্তি লিনিয়া মুকলি
সংবাদ

গুৱাহাটীত ছাল লিফটিং আৰু ফৰ্মিংৰ এক নতুন প্ৰযুক্তি লিনিয়া মুকলি

November 24, 2023
আজি লাচিত দিৱস
সংবাদ

আজি লাচিত দিৱস

November 24, 2023
Next Post
ত্ৰিপুৰাৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান IPS অমিতাভ ৰঞ্জন

ত্ৰিপুৰাৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান IPS অমিতাভ ৰঞ্জন

বায়ুসেনাৰ মিগ-২১ বিমান দুৰ্ঘটনাগ্ৰস্ত! পাইলট নিহত

বায়ুসেনাৰ মিগ-২১ বিমান দুৰ্ঘটনাগ্ৰস্ত! পাইলট নিহত

উৎকোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ আবকাৰী অধীক্ষক বৰষা বৰা বৰদলৈ

উৎকোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ আবকাৰী অধীক্ষক বৰষা বৰা বৰদলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8