• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসমৰ বন্যপ্ৰাণী ব্যৱস্থাপনাৰ দিশবোৰ অধ্যয়নাৰ্থে সপ্তাহজোৰা ভ্ৰমণত ফৰাচী বিশেষজ্ঞৰ দল

নিউজ ডেস্ক by নিউজ ডেস্ক
November 12, 2022
in অসম, আন্তৰ্জাতিক, সংবাদ
1 min read
0
অসমৰ বন্যপ্ৰাণী ব্যৱস্থাপনাৰ দিশবোৰ অধ্যয়নাৰ্থে সপ্তাহজোৰা ভ্ৰমণত ফৰাচী বিশেষজ্ঞৰ দল
Share on FacebookShare on Twitter

যোৱা ১১ নৱেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ শতবাৰ্ষিকী সন্মিলনত ইণ্ডো-ফ্ৰেঞ্চ পাৰ্ক আৰু জৈৱ বৈচিত্ৰ্য অংশীদাৰিত্বৰ প্ৰথম পৰ্যায়ৰ অধীনত এক কৰ্মশালা অনুষ্ঠিত হৈ যায়। French Development Agency, French Forest Service International আৰু অসম বন বিভাগৰ মাজত ত্ৰিপাক্ষিক সহযোগিতাত এই কৰ্মশালাৰ আয়োজন কৰা হৈছিল।“আমাৰ এই অংশীদাৰীত্ব সহযোগিতাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি আৰু ই বন্যপ্ৰাণী ব্যৱস্থাপনাৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ বিশ্লেষণৰ লগতে ভাৰত আৰু ফ্ৰান্সৰ মাজত হোৱা দ্বিপাক্ষিক চুক্তিৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাত যথেষ্ট সহায় কৰিব”এই ভাষ্য AFD ((French Development Agency)ৰ সঞ্চালক ব্ৰুনো বছলেৰ।

IFS, PCCF, HOFF আৰু CWLW অসমৰ, এম.কে. যাদৱে উক্ত কৰ্মশালাখনৰ সভাপতিত্ব কৰি অসমত বন সংৰক্ষণ আৰু বন্যপ্ৰাণী ব্যৱস্থাপনাৰ সৰ্বশ্ৰেষ্ঠ পদ্ধতি আৰু কৌশলৰ ওপৰত তেওঁৰ অভিজ্ঞতা বৰ্ণনা কৰে।
এই কৰ্মশালাখনত অংশগ্ৰহণ কৰি অসমৰ বনাঞ্চল আৰু বন্যপ্ৰাণী পৰিচালনাৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা পদক্ষেপসমূহ আৰু অঞ্চলটোৰ বিষয়ে জানিব পাৰি অত্যন্ত সুখী বুলিও এম কে যাদৱে জানিবলৈ দিয়ে।
গিল্ছ ময়নট, কাৰিকৰী সঞ্চালক, আৰু লুচিল আউজেমেৰী, অ’এনএফআইৰ গৱেষণা বিশ্লেষক, আৰু
টাস্ক টীম লিডাৰ (জৈৱ বৈচিত্ৰ্য), ইমানুৱেল ফ’ৰমেন, অৰ্থনীতিবিদ (বিপদাশংকা বিভাগ), অক্ষীতা শৰ্মা, আৰু এএফডিৰ চেক্টৰ পৰ্টফলিঅ’ মেনেজাৰ (জৈৱ বৈচিত্ৰ্য), লগতে অসমৰ বন বিষয়াসকলেও এই কৰ্মশালাত অংশগ্ৰহণ কৰে।


সংৰক্ষিত এলেকাৰ ব্যৱস্থাপনা, সামূহিক অংশীদাৰীত্ব আৰু ইয়াৰ ওপৰত তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে আলোচনা কৰাৰ উপৰিও বন্যপ্ৰাণীৰ জনসংখ্যাৰ দীৰ্ঘম্যাদী পৰিকল্পনা আৰু নিৰীক্ষণৰ বাবে উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ, যেনে এম-ষ্ট্ৰিপিইএছ, ই-আই চাৰ্ভিলেন্স, ৰেডিঅ’ টেলিমেট্ৰি, কেমেৰা ফান্দ আদিৰ বিষয়েও পৰ্যালোচনা কৰা হয়। “অসমৰ বন বিষয়াসকলে তেওঁলোকৰ ভূমিগত শিক্ষা, বিভিন্ন প্ৰযুক্তিগত শিক্ষাৰ বিষয়ে আলোকপাত কৰাৰ লগতে বন্যপ্ৰাণীৰ প্ৰয়োজনীয়তাৰ সৈতে সামঞ্জস্য ৰখাৰ বাবে তেওঁলোকে গ্ৰহণ কৰা সমাধান আৰু অন্যান্য মুখ্য পদক্ষেপসমূহৰ বিষয়ে জানিব পাৰি গিল্ছ ময়নোট অভিভূত হৈ পৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ উপৰিও, ফৰাচী বিশেষজ্ঞৰ দলটোৱে ওৰাং ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য, মানস অভয়াৰণ্যকে ধৰি অন্যান্য এলেকা পৰিদৰ্শন কৰে।
নামেৰি ৰাষ্ট্ৰীয় উদ্যান, লেণ্ডস্কেপ সংযোগ, বানপানীৰ দিশবোৰ বুজিবলৈ, কাৰ্যকৰী কৰিডৰ, মানৱ-বন্যপ্ৰাণীৰ সংঘৰ্ষ ব্যৱস্থাপনা, বাসস্থান ব্যৱস্থাপনা আৰু চোৰাং চিকাৰ বিৰোধী প্ৰণালীৰ বিষয়েও কৰ্মশালাত আলোচনা কৰা হয়।

Previous Post

গুৱাহাটীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অব্ মেডিকেল ছায়েঞ্চ (AIIMS)ত আৰম্ভ হ’ল টেলিমেডিচিন সেৱা

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি
প্ৰযুক্তি

গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান
গুৱাহাটী

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান

June 9, 2023
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত শ্ৰদ্ধাঞ্জলি সভা সম্পন্ন

কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত শ্ৰদ্ধাঞ্জলি সভা সম্পন্ন

কস্তুৰবা ট্ৰাষ্ট – সৰ্বদয় ট্ৰাষ্টৰ উদ্যোগত অমলপ্ৰভা দাস সর্বোদয় বঁটা, ডাঃ তিলোত্তমা ৰায়চৌধুৰী আৰু ডাঃ হৰিকৃষ্ণ দাস সোঁৱৰণী বঁটা প্ৰদান

কস্তুৰবা ট্ৰাষ্ট - সৰ্বদয় ট্ৰাষ্টৰ উদ্যোগত অমলপ্ৰভা দাস সর্বোদয় বঁটা, ডাঃ তিলোত্তমা ৰায়চৌধুৰী আৰু ডাঃ হৰিকৃষ্ণ দাস সোঁৱৰণী বঁটা প্ৰদান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8