• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

উত্তৰ পূব ভাৰতৰ MSME বোৰক চিমেণ্ট যোগানৰ বাবে টপচেম চিমেণ্টৰে বুজাবুজি চুক্তি

নিউজ ডেস্ক by নিউজ ডেস্ক
August 2, 2022
in অসম, উত্তৰ পূৰ্বাঞ্চল, ব্যৱসায়
1 min read
0
উত্তৰ পূব ভাৰতৰ MSME বোৰক চিমেণ্ট যোগানৰ বাবে টপচেম চিমেণ্টৰে বুজাবুজি চুক্তি
Share on FacebookShare on Twitter

উত্তৰ-পূব ভাৰতৰ অগ্রণী চিমেণ্ট ব্ৰেণ্ড টপচেম চিমেণ্ট (মেঘালয় চিমেণ্টছ লিমিটেডৰ ব্ৰেণ্ড) এ নেচনেল স্মল ইণ্ডাষ্ট্ৰীছ কৰ্পোৰেছন (NSIC)ৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। স্বাক্ষৰ কৰা চুক্তি অনুসৰি টপচেম চিমেণ্টে লঘু, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (MSME) সমূহক উচিত মূল্যত উন্নত মানদণ্ডৰ চিমেণ্ট যোগান ধৰিব।
এই বুজাবুজি চুক্তিখনত গুৱাহাটীস্থিত টপচেম চিমেণ্টৰ কাৰ্যালয়ত এন.এছ.আই.চি. লিমিটেডৰ জোনেল জেনেৰেল মেনেজাৰ (উত্তৰ-পূব) বিজয় প্ৰকাশ আৰু মেঘালয় চিমেণ্টছ লিমিটেডৰ চেলছ আৰু মাৰ্কেটিঙৰ অধ্যক্ষ ডঃ অনিল কাপুৰে স্বাক্ষৰ কৰে। উত্তৰ-পূব ভাৰতৰ বজাৰত চিমেণ্ট যোগানৰ বিষয়ক লৈ NSICৰ কেঁচা মাল বিতৰণ আঁচনিৰ অধীনত এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছে। কেঁচা মাল বিতৰণ আঁচনিৰ অধীনত NSIC আৰু টপচেম চিমেণ্টে সমগ্ৰ উত্তৰ-পূব ভাৰতস্থিত গুৰুত্বপূৰ্ণ ঔদ্যোগিক খণ্ডসমূহক MSME প্ৰকল্পৰ অধীনত সমৰ্থন আগবঢ়াব।

মেঘালয় চিমেণ্টছ লিমিটেডৰ চেলছ আৰু মাৰ্কেটিঙৰ অধ্যক্ষ ডঃ অনিল কাপুৰে কয়; “আমি বিশ্বাস কৰোঁ যে NSICৰ সৈতে হোৱা এই চুক্তিয়ে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত উত্তৰ-পূব ভাৰতত MSME খণ্ডৰ বিকাশ ত্বৰান্বিত কৰাত সহায় কৰিব আৰু কৰ্ম সংস্থাপনৰ বাট মুকলি কৰিব।”
NSIC হৈছে MSME মন্ত্ৰালয়ৰ অধীনত ভাৰত চৰকাৰৰ এটি এণ্টাৰপ্ৰাইজ, যাৰ কাৰ্যালয় সমগ্ৰ ভাৰতৰ লগতে গুৱাহাটীত এন.ই.আৰ. জোনেল কাৰ্যালয় আছে। টপচেম চিমেণ্টৰ এটা বহল নেটৱৰ্ক আছে, যি উত্তৰ-পূব ভাৰতৰ NSIC ৰ সৈতে MSME.সমূহক সেৱা প্ৰদান কৰা ক্ষেত্ৰত মেৰুদণ্ড হিচাপে কাম কৰিব।

Previous Post

Commonwealth Gamesত ভাৰতৰ পুনৰ ২ টা পদক! সুশীলাই ৰূপ আৰু বিজয়ে জিকিলে ব্ৰঞ্জ

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
গুৱাহাটীত ছাল লিফটিং আৰু ফৰ্মিংৰ এক নতুন প্ৰযুক্তি লিনিয়া মুকলি
সংবাদ

গুৱাহাটীত ছাল লিফটিং আৰু ফৰ্মিংৰ এক নতুন প্ৰযুক্তি লিনিয়া মুকলি

November 24, 2023
আজি লাচিত দিৱস
সংবাদ

আজি লাচিত দিৱস

November 24, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

বনাঞ্চলত নিখোজ হৈ আছে জোনাইৰ ৩ কিশোৰ

বনাঞ্চলত নিখোজ হৈ আছে জোনাইৰ ৩ কিশোৰ

আমেৰিকাই হত্যা কৰিলে অল কায়দাৰ মুৰব্বী আয়মান আল-জাৱাহিৰীক!

আমেৰিকাই হত্যা কৰিলে অল কায়দাৰ মুৰব্বী আয়মান আল-জাৱাহিৰীক!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8