• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত শ্ৰদ্ধাঞ্জলি সভা সম্পন্ন

নিউজ ডেস্ক by নিউজ ডেস্ক
November 13, 2022
in অসম, ৰাজনীতি
1 min read
0
কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত শ্ৰদ্ধাঞ্জলি সভা সম্পন্ন
Share on FacebookShare on Twitter

মহানগৰীৰ জালুকবাৰীস্থিত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ৰ ভূতপূৰ্ব অধ্যাপক উমাকান্ত দেৱ শৰ্মা, যোৰহাটস্থিত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ ভূতপূৰ্ব প্ৰধান অধ্যাপক তথা মহাবিদ্যালয়খনৰ একালৰ অধ্যক্ষ আৰু কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয় ভাৰত চৰকাৰৰ দ্বাৰা শাস্ত্ৰ চূড়ামণি বিদ্ধান হিচাপে তিনিবছৰ কাল অধ্যাপনা কৰা ভৱকৃষ্ণ মিশ্ৰৰ স্মৃতিত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত যোৱা ১০ নৱেম্বৰত এখন শ্ৰদ্ধাঞ্জলি সভাৰ আয়োজন কৰা হয়। সভাত প্ৰয়াত দুয়োগৰাকী অধ্যাপকৰ পৰিয়ালবৰ্গৰ উপৰিও অনেক গুনমুগ্ধ ব্যক্তিৰ লগতে মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক-অধ্যাপিকাবৃন্দ, কৰ্মচাৰীবৃন্দ আৰু ছাত্ৰ- ছাত্ৰী উপস্থিত থাকে। শ্ৰদ্ধাঞ্জলি সভাত সৰস্বতীৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন, মংগলাচৰণ কৰাৰ পিছত প্ৰয়াত দুয়োগৰাকী পণ্ডিতৰ প্ৰতিকৃতিত মাল্যাৰ্পণ, পুষ্পাঞ্জলি প্ৰদান, বন্তি প্ৰজ্বলন কৰা হয়।

শ্ৰদ্ধাঞ্জলি সভাখনৰ আঁত ধৰে ড° গোকুলেন্দ্ৰ নাৰায়ণ দেৱগোস্বামীয়ে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিনীতা ভাগৱতীৰ সভাপতিত্বত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি সভাত উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিদ্যা বিভাগৰ প্ৰাক্তন কিউৰেটৰ ড° গজেন শৰ্মাই অধ্যাপক উমাকান্ত দেৱ শৰ্মাৰ জীৱন আৰু কৃৰ্তিৰ বিষয়ে চৰ্চা কৰে। উক্ত সভাত উপস্থিত থকা সংস্কৃত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° নৃপেন্দ্ৰ নাথ শৰ্মাৰ লগতে গুৱাহাটী উচ্চ ন্যায়লয়ৰ অধিবক্তা তাপস মিশ্ৰ, বকো মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা মন্দিৰা মিশ্ৰ শৰ্মা, ধৰ্মপুৰ উন্নয়ন পৰিষদৰ সচিৱ জ্যোতিৰ্ময় শৰ্মাই সভাত দুয়োগৰাকী মহান ব্যক্তিৰ বিচিত্ৰতাপূৰ্ণ কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰে। অধ্যাপক সুনীতি বল্লভ গোস্বামীৰ নেতৃত্বত শান্তিপাঠ মন্ত্ৰেৰে সভাৰ সমাপ্তি ঘোষণা কৰা হয়।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

কস্তুৰবা ট্ৰাষ্ট – সৰ্বদয় ট্ৰাষ্টৰ উদ্যোগত অমলপ্ৰভা দাস সর্বোদয় বঁটা, ডাঃ তিলোত্তমা ৰায়চৌধুৰী আৰু ডাঃ হৰিকৃষ্ণ দাস সোঁৱৰণী বঁটা প্ৰদান

Related Posts

সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
গুৱাহাটীত ছাল লিফটিং আৰু ফৰ্মিংৰ এক নতুন প্ৰযুক্তি লিনিয়া মুকলি
সংবাদ

গুৱাহাটীত ছাল লিফটিং আৰু ফৰ্মিংৰ এক নতুন প্ৰযুক্তি লিনিয়া মুকলি

November 24, 2023
আজি লাচিত দিৱস
সংবাদ

আজি লাচিত দিৱস

November 24, 2023
Viksit Bharat Sankalp Yatra reaches Darrang District of Assam
News

Viksit Bharat Sankalp Yatra reaches Darrang District of Assam

November 23, 2023
GMC ৰ বোকা নিষ্কাশন কেলেংকাৰীৰ অভিযুক্ত ঠিকাদাৰ মিঠু আগৰৱালাক গ্ৰেপ্তাৰ
ক্ৰাইম

কাকপথাৰৰ বিস্ফোৰণৰ পিছতে আটক আলফা (স্বাঃ)ৰ কেডাৰ

November 23, 2023
Next Post
কস্তুৰবা ট্ৰাষ্ট – সৰ্বদয় ট্ৰাষ্টৰ উদ্যোগত অমলপ্ৰভা দাস সর্বোদয় বঁটা, ডাঃ তিলোত্তমা ৰায়চৌধুৰী আৰু ডাঃ হৰিকৃষ্ণ দাস সোঁৱৰণী বঁটা প্ৰদান

কস্তুৰবা ট্ৰাষ্ট - সৰ্বদয় ট্ৰাষ্টৰ উদ্যোগত অমলপ্ৰভা দাস সর্বোদয় বঁটা, ডাঃ তিলোত্তমা ৰায়চৌধুৰী আৰু ডাঃ হৰিকৃষ্ণ দাস সোঁৱৰণী বঁটা প্ৰদান

মটৰ পৰিবহণ সন্থা আৰু অটোমোবাইল ডিলাৰৰ গুৰুত্বপূৰ্ণ সভা

সাত মাহত কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ ২০১ কোটি টকাৰ ৰাজহ সংগ্ৰহ

পৰ্যটন মন্ত্ৰণালয়ৰ উদ্যোগত গুৱাহাটীত ৰোড শ্ব’

পৰ্যটন মন্ত্ৰণালয়ৰ উদ্যোগত গুৱাহাটীত ৰোড শ্ব'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8