• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দুর্নীতি নিবাৰকৰ জালত পৰিল লখিমপুৰ জলসম্পদৰ ২কৰ্মচাৰী!

নিউজ ডেস্ক by নিউজ ডেস্ক
November 5, 2022
in অসম, ক্ৰাইম
1 min read
0
দুর্নীতি নিবাৰকৰ জালত পৰিল লখিমপুৰ জলসম্পদৰ ২কৰ্মচাৰী!
Share on FacebookShare on Twitter

জলসম্পদ বিভাগৰ লখিমপুৰ সংমণ্ডলৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ৰ দুগৰাকী কৰ্মচাৰী শুক্ৰবাৰে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে। জানিব পৰা মতে, এগৰাকী দাস উপাধিৰ ব্যক্তিৰ পৰা বিভাগীয় ঠিকাদাৰৰ পঞ্জীয়ন কৰাৰ বিপৰীতে উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ দলে হাতে-লোটে গ্ৰেপ্তাৰ কৰে বিভাগটোৰ মুখ্য সহায়ক তৰুণ চন্দ্ৰ মৰাং আৰু নিম্নবৰ্গৰ সহায়ক সমৰ জ্যোতি শইকীয়াক।

উল্লেখ্য যে, পূৰ্বেও লখিমপুৰৰ ব্যক্তি এগৰাকীক বিভাগীয় পঞ্জীয়ন কৰি দিয়াৰ বাবদ উক্ত দুগৰাকী বেতনভোগী কৰ্মচাৰীয়ে উৎকোচ দাবী কৰি ব্যক্তি গৰাকীক হাৰাশাস্তি কৰিছিল। জলসম্পদ বিভাগটোৰ মজিয়াত চলা ঠিকাদাৰৰ পঞ্জীয়নৰ বেলিকা এটা চক্ৰই দীৰ্ঘদিন ধৰি লুণ্ঠন চলাই অহাৰ অভিযোগ অতি পুৰণি। এমাহ মান পূৰ্বে বিভাগটোৰ এগৰাকী দাস উপাধিৰ কৰ্মচাৰীয়ে একে কাৰণতে গোপন লেনদেন কৰি অধীক্ষক অভিযন্তা সমীৰণ ডেকাৰ স্বাক্ষৰ জালিয়াতিৰে এগৰাকী ব্যক্তিৰ নাম বিভাগৰ মুখ্য অভিযন্তা কাৰ্যালয়লৈ বিধি বৰ্হিভূতভাৱে প্ৰেৰণ কৰি পঞ্জীয়ন কৰাৰ নিৰ্লজ্জ প্ৰক্ৰিয়া সম্পন্ন কৰিছিল। বিভাগৰ তদন্তত পৰৱৰ্তী সময়ত এইজন চতুৰ কৰ্মচাৰীৰ নিকৃষ্ট কাণ্ড ধৰা পৰিছিল। এই গৰাকী চৰকাৰী কৰ্মচাৰীক এনে নিকৃষ্ট মানসিকতাৰ বাবে বিভাগীয় দায়িত্ব কৰ্তন কৰিছিল অধীক্ষক অভিযন্তা ডেকাই।

সম্প্ৰতি জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ শাস্তিমূলক বদলি কৰা উক্ত চতুৰ কৰ্মচাৰী গৰাকীৰ পাছত পুনৰ একে কাৰণতে দুজনকৈ ঘোচখোৰ কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাত এটা শীর্ষ পৰ্যায়ৰ চৰকাৰী বিভাগত সেৱা আগবঢ়োৱাৰ নামত চলি থকা বেহাৰ ধাৰাবাহিকতা ফাদিল হয়। অন্য়হাতে পূৰ্বতে বিভাগটোৰ পৰা নিজৰ কুকৰ্মৰ বাবে বদলি হোৱা কৰ্মচাৰী গৰাকীৰ পৃষ্ঠপোষকতা আৰু প্ৰতিশোধ পৰায়ণতাৰ বাবে দুজনকৈ বিভাগীয় কৰ্মচাৰীয়ে দুৰ্নীতি নিবাৰক শাখাৰ জালত বন্দী হোৱা বুলি বিভাগটোৰ ভিতৰে বাহিৰে ব্যাপক চৰ্চা চলিছে।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

পাঞ্জাৱত শিৱ সেনাৰ নেতা সুধীৰ চুৰীক গুলিয়াই হত্যা!

Related Posts

নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা
News

নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা

June 10, 2023
গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ
ক্ৰাইম

গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ

June 10, 2023
অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি
প্ৰযুক্তি

গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
Next Post
পাঞ্জাৱত শিৱ সেনাৰ নেতা সুধীৰ চুৰীক গুলিয়াই হত্যা!

পাঞ্জাৱত শিৱ সেনাৰ নেতা সুধীৰ চুৰীক গুলিয়াই হত্যা!

ধেমাজিত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ ড্ৰাগছসহ ব্যৱসায়ী

ধেমাজিত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ ড্ৰাগছসহ ব্যৱসায়ী

কাছাৰত স্বামীয়ে বিষপান কৰাই হত্যা কৰিলে পত্নীক!

কাছাৰত স্বামীয়ে বিষপান কৰাই হত্যা কৰিলে পত্নীক!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8