• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পশ্চিম গুৱাহাটীৰ অসম-মেঘালয় সীমান্তৰে বাংলাদেশলৈ সৰবৰাহ কৰা অৱস্থাত গৰুসহ বাহন জব্দ

নিউজ ডেস্ক by নিউজ ডেস্ক
October 29, 2022
in অসম, ক্ৰাইম, গুৱাহাটী
1 min read
0
পশ্চিম গুৱাহাটীৰ অসম-মেঘালয় সীমান্তৰে বাংলাদেশলৈ সৰবৰাহ কৰা অৱস্থাত গৰুসহ বাহন জব্দ
Share on FacebookShare on Twitter

ছয়গাঁওৰ পৰা কুলসি হৈ ভিতৰুৱা পথৰে লোহাৰঘাটৰে পশ্চিম গুৱাহাটীৰ অসম – মেঘালয় সীমান্তৰে বাংলাদেশলৈ সৰবৰাহ কৰা অৱস্থাত শুক্ৰবাৰে পলাশবাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি এ এছ ০১ জি চি ৫৩১৬ নম্বৰৰ এখন বলেৰো পিক আপ বাহনত পশ্চিম গুৱাহাটীৰ মাটাইখাৰৰ সমীপৰ গাড়ীৰ লিকত আঠোটা গৰু জব্দ কৰা হয়। অৱশ্যে বাহন খন ৰখাই চালকজন কৌশলেৰে পলাই যাবলৈ সক্ষম হয় । সম্প্ৰতি গৰুসহ বাহনখন পলাশবাৰী থানাত ৰখা হৈছে।

উল্লেখযোগ্য মহানগৰীৰ পৰা কিছু নিলগৰ পশ্চিম গুৱাহাটী সমষ্টিৰ অসম মেঘালয় সীমান্তৰ মাটাইখাৰ, উমছুৰ, জিমিৰগাঁও আদি অঞ্চলৰ বিভিন্ন পথৰে দিনৰ পোহৰতে চাৰিচকীয়া লঘু বাহন ঘাইকৈ ডি আই বা পিক আপ ভানৰে প্ৰায় নিয়মীয়াকৈ চোৰাংকৈ মেঘালয় হৈ বাংলাদেশলৈ কেনেকৈ কি পথৰে গৰু সৰবৰাহ হয় সেই বিষয়ে সময়ে সময়ে সংবাদ মাধ্যমত বিতংকৈ প্ৰকাশ পাইছিল ।

Previous Post

সাতদিনীয়া কাৰ্যসূচীৰে ২৩ সংখ্যক পামহী আঞ্চলিক ৰাস মহোৎসৱৰ আয়োজন

Next Post

আজি মুখ্যমন্ত্ৰীয়ে শংকৰদেৱ কলাক্ষেত্ৰত ৬৫৫ গৰাকী প্ৰাৰ্থীক বিতৰণ কৰিব নিযুক্তি পত্ৰ

Related Posts

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
Next Post
২৩হাজাৰ যুৱক-যুৱতীক আজি মুখ্যমন্ত্ৰীয়ে দিব নিযুক্তি পত্ৰ

আজি মুখ্যমন্ত্ৰীয়ে শংকৰদেৱ কলাক্ষেত্ৰত ৬৫৫ গৰাকী প্ৰাৰ্থীক বিতৰণ কৰিব নিযুক্তি পত্ৰ

কাঁহিকুছিত গ্রামোন্নয়ন বিভাগৰ নৱ-নিযুক্তিপ্রাপ্ত কনিষ্ঠ অভিযন্তাৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ

কাঁহিকুছিত গ্রামোন্নয়ন বিভাগৰ নৱ-নিযুক্তিপ্রাপ্ত কনিষ্ঠ অভিযন্তাৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ

অখিল গগৈ হৃদজনিত ৰোগত আক্ৰান্ত! উন্নত চিকিৎসাৰ বাবে যাব লাগিব ৰাজ্যৰ বাহিৰলৈ

অখিল গগৈ হৃদজনিত ৰোগত আক্ৰান্ত! উন্নত চিকিৎসাৰ বাবে যাব লাগিব ৰাজ্যৰ বাহিৰলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8