• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পুনৰ ঠন ধৰি উঠিব পৰম্পৰাগত উদ্যোগে

Manoranjan Majumder by Manoranjan Majumder
February 13, 2021
in অসম
1 min read
0
vinai kumar saxena
Share on FacebookShare on Twitter

ভাৰত চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ অধ্যক্ষ বিনয় কুমাৰ সাক্সেনাই এক সংবাদ মেলত সম্বোধন কৰে ।

১৩ ফেব্ৰুৱাৰীত হোটেল তাজ ভিভাণ্টাত সম্বোধন কৰা সংবাদ মেলখনত এম এচ এম ই মন্ত্ৰালয়ৰ খাদী আৰু গ্ৰামোদ্যোগ আয়োগে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে তেওঁ উল্লেখ কৰে ।

ভাৰত চৰকাৰে গ্ৰহণ কৰা গ্ৰামাঞ্চলৰ কুমাৰ সম্প্ৰদায়ৰ কাৰণে ‘কুমাৰ সশক্তিকৰণ যোজনা’, ‘প্ৰধান মন্ত্ৰী নিয়োজন সৃষ্টি কাৰ্যসূচী’ আদি বিভিন্ন কাৰ্যসূচীৰ বিষয়ে আলোকপাত কৰে বিনয় কুমাৰ চাক্সেনাই ।

২০২০-২১ বৰ্ষৰ বাবে যোজনাসমূহৰ বাবে ভাৰত চৰকাৰে আৱণ্টন দিছে ২১২০ কোটি টকা ।

ইয়াৰে ১৩৬২.৮৫ কোটি টকা এই পৰ্যন্ত ব্যৱহাৰ কৰিছে খাদী আৰু গ্ৰামোদ্যোগ আয়োগে ।

পৰম্পৰাগত উদ্যোগসমূহক অধিক প্ৰতিদ্বন্দীতামূলক আৰু সেইসমূহৰ বহনক্ষম বিকাশৰ বাবে ভাৰত চৰকাৰে পৰম্পৰাগত উদ্যোগসমূহৰ পুনঃউত্থানৰ পুঁজি স্থাপন কৰিছে ।

এই আঁচনিটোৰ নাম দিয়া হৈছে ‘Scheme of Fund for Regeneration of Traditional Industries।’

photo: headline8

 

Tags: govt of indiaKVICvinai saxenaখাদী আৰু গ্ৰামোদ্যোগ আয়োগবিনয় কুমাৰ সাক্সেনা
Previous Post

এগৰাকী অভিনেত্ৰীৰ পাইজামাৰ মূল্য আপোনাৰ এটা লেপটপৰ সমান

Next Post

১৫ ফেব্ৰুৱাৰীৰ পৰা বাধ্যতামূলক ফাষ্টটেগ, অন্যথা ভৰিব দুগুণ জৰিমনা

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
FASTag

১৫ ফেব্ৰুৱাৰীৰ পৰা বাধ্যতামূলক ফাষ্টটেগ, অন্যথা ভৰিব দুগুণ জৰিমনা

road accident

মৰ্মান্তিক! ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ১৬গৰাকী শ্ৰমিকৰ

Breaking: আজি ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিব বিশ্বজিৎ দৈমাৰীয়ে

Breaking: আজি ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিব বিশ্বজিৎ দৈমাৰীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8