• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

চিটি বাছত আপোনাৰ পৰা অধিক ভাড়া লয় নেকি?

নিউজ ডেস্ক by নিউজ ডেস্ক
December 11, 2021
in গুৱাহাটী
1 min read
0
চিটি বাছত আপোনাৰ পৰা অধিক ভাড়া লয় নেকি?
Share on FacebookShare on Twitter

যদিহে মহানগৰীৰৰ চিটি বাছত আপোনাৰ পৰা অধিক ভাড়া লয় এতিয়াৰে পৰা চিন্তাৰ কোনো কাৰণ নাই।ৰাইজৰ বাবে প্ৰকাশ পালে হেল্পলাইন নম্বৰ।এটা ফোনকল অথবা এটা Whatsapp Messageৰ জৰিয়তে আপুনিও কৰিব পাৰিব অভিযোগ।

ৰাজ্যৰ প্ৰশাসনক লৈ কঠোৰ হৈছে কামৰূপ জিলা প্ৰশাসন।কামৰূপ জিলা প্ৰশাসনে বৃহস্পতিবাৰে প্ৰকাশ কৰিলে মহানগৰীৰৰ চিটি বাছৰ ভাড়াৰ নতুন নিৰিখ।এই ভাড়া অনুসৰি যদি আপোনাৰ পৰা ভাড়া নলয় তেন্তে এটা ক্লিকত এতিয়াৰে পৰা আপুনি জনাব পাৰিব প্ৰশাসনক।যানবাহন আৰক্ষীৰ ওচৰত যি কোনো অভিযোগৰ বাবে ৬৯০১২-৬৯০০৬ আৰু ৬০২৬১-৭৬৭৫৫ নম্বৰত Whats App যোগে প্ৰেৰণ কৰিব পাৰিব অভিযোগ অথবা পৰিবহণ বিভাগক ৯৫৩১১০৭৪৮২ নম্বৰত প্ৰত্যক্ষভাৱে যোগাযোগ কৰিব পাৰিব।

কোভিডৰ সংক্ৰমণৰ পিছৰে পৰা বাছৰ ভাড়াক লৈ মহানগৰবাসীৰ বহু অভিযোগ দেখা যায়।বাছৰ চালক হেণ্ডিমেনে ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে ভাড়া বঢ়োৱা বুলি কোৱা দেখা যায়।মহানগৰ জিলা প্ৰশাসনৰ এই পদক্ষেপে মহানগৰবাসীক কিমান সকাহ দিয়ে সেয়া সময়ত লক্ষণীয় হব।

Previous Post

আজি মহাষ্টমীঃ ঢাক আৰু দেৱী বন্দনাৰে মুখৰিত হৈছে গোটেই ৰাজ্য…

Next Post

ঘোষণা হ’ল HS ৰ বিশেষ পৰীক্ষাৰ ফলাফল

Related Posts

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
মহানগৰীৰ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড
ক্ৰাইম

কামৰূপৰ পলাশবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

January 25, 2023
কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!
অসম

কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!

January 25, 2023
নেহেৰু ষ্টেডিয়ামত প্ৰতিযোগী, শিক্ষাৰ্থী, অভিভাৱকৰ মাজত অমৃত ভোগ ভাণ্ডাৰাৰ খাদ্য বিতৰণ
সংবাদ

নেহেৰু ষ্টেডিয়ামত প্ৰতিযোগী, শিক্ষাৰ্থী, অভিভাৱকৰ মাজত অমৃত ভোগ ভাণ্ডাৰাৰ খাদ্য বিতৰণ

January 24, 2023
পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহৰ সামৰণি
শিক্ষা

পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহৰ সামৰণি

January 24, 2023
দীপৰ বিলৰ পাৰত ডাম্পিং গ্ৰাউণ্ড বিৰোধী আন্দোলনৰ নেতা মাণিক চন্দ্ৰ ভাগৱতীৰ স্মৃতিচাৰণ
সংবাদ

দীপৰ বিলৰ পাৰত ডাম্পিং গ্ৰাউণ্ড বিৰোধী আন্দোলনৰ নেতা মাণিক চন্দ্ৰ ভাগৱতীৰ স্মৃতিচাৰণ

January 24, 2023
Next Post
ঘোষণা হ’ল HS ৰ বিশেষ পৰীক্ষাৰ ফলাফল

ঘোষণা হ’ল HS ৰ বিশেষ পৰীক্ষাৰ ফলাফল

ফুটবল তাৰকা মাৰাডোনাৰ ঘড়ী চুৰ ওলাল শিৱসাগৰত

ফুটবল তাৰকা মাৰাডোনাৰ ঘড়ী চুৰ ওলাল শিৱসাগৰত

জেষ্ঠ্য কংগ্ৰেছী নেতা তথা প্ৰাক্তন মন্ত্ৰী অকন বৰাৰ পত্নী পাৰুল বৰাৰ দেহাৱসান

জেষ্ঠ্য কংগ্ৰেছী নেতা তথা প্ৰাক্তন মন্ত্ৰী অকন বৰাৰ পত্নী পাৰুল বৰাৰ দেহাৱসান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8