• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত DST – FIST লেবৰেটৰী উদ্ধোধন

নিউজ ডেস্ক by নিউজ ডেস্ক
November 8, 2022
in গুৱাহাটী, অসম, শিক্ষা, সংবাদ
1 min read
0
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত DST – FIST লেবৰেটৰী উদ্ধোধন
Share on FacebookShare on Twitter

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়,অসমৰ বিদ্যায়তনিক দিশটোত এক নৱতম সংযোজনৰ দ্বাৰা ইয়াৰ শিক্ষাৰ ক্ষেত্ৰখনত এক যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হৈছে। ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্সৰ DST – FISTৰ দ্বাৰা অনুমোদিত পৰীক্ষাগাৰটোক নতুনকৈ উন্নীতকৰণ কৰা গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৫ নৱেম্বৰত পৰীক্ষাগাৰ হিচাপে উদ্ধোধন কৰা হয়। কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই উদ্বোধন কৰা অনুষ্ঠানটোত মুখ্য অতিথি ৰূপে উপস্থিত থাকে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ পৰামৰ্শদাতা, অধ্যাপক কন্দৰ্প দাস, আই আই টি, গুৱাহাটীৰ অধ্যাপক উৎপল বৰা, বিজ্ঞানী পি.চট্টোপধ্যায় ডি আৰ‌ এল, তেজপুৰ, গুৱাহাটী আই এ এচ‌এচ টিৰ বিজ্ঞানী, অধ্যাপক ৰাজলক্ষ্মী দেৱী, অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ জেষ্ঠ অধ্যাপক প্ৰীতম মোহন। আৰম্ভণিতে সকলোকে আদৰণি জনায় প্ৰতিষ্ঠানৰ অধ্যক্ষ অধ্যাপক পি.মালাইৰাজনে।

উল্লেখযোগ্য যে চলিত বছৰতেই গৱেষণাৰ ক্ষেত্ৰখনত ইতিহাস সৃষ্টি কৰি আজাৰাৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্স প্ৰতিষ্ঠানখনলৈ ভাৰত চৰকাৰৰ ঐতিহাসিক স্বীকৃতি হিচাবে গৱেষণাৰ বাবে ১.১০কোটি টকাৰ অনুদান লাভ কৰে। গৱেষণাৰ বাবে এই বৃহৎ ধনৰাশি লাভ কৰা এইখনেই হৈছে উত্তৰ-পূব ভাৰতৰ প্ৰথম খন ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান।

Previous Post

স্মৃতিগ্ৰন্থ ‘বৰ্ণময় নিপন গোস্বামী’ উন্মোচন মন্ত্ৰী বিমল বৰাৰ

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

মহিলা অগ্নিবীৰ ৪০,০০০ পদৰ বাবে আবেদন প্ৰায় ২০ লাখৰ!

মহিলা অগ্নিবীৰ ৪০,০০০ পদৰ বাবে আবেদন প্ৰায় ২০ লাখৰ!

মৰিগাঁৱত ড্ৰাগছসহ এজনক আটক

মৰিগাঁৱত ড্ৰাগছসহ এজনক আটক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8