• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিমানকোঠত আন্তঃৰাষ্ট্ৰীয় চাহ-দিৱস উদযাপন

নিউজ ডেস্ক by নিউজ ডেস্ক
December 17, 2022
in গুৱাহাটী, অসম, সংবাদ
1 min read
0
বিমানকোঠত আন্তঃৰাষ্ট্ৰীয় চাহ-দিৱস উদযাপন
Share on FacebookShare on Twitter

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ অ‍ান্তঃৰাষ্ট্ৰীয় বিমানকোঠত আজি আন্তঃৰাষ্ট্ৰীয় চাহ-দিৱস উদযাপন কৰা হয়। এই চাহ-দিৱস উদযাপনৰ প্ৰধান বিষয়-বস্তু হৈছে, জনসমাজত চাহৰ উৎপাদন আৰু সেৱনৰ প্ৰতি সজাগতা বৃদ্ধি কৰা। তাৰ লগত সংগতি ৰাখি, বিমানকোঠ কতৃপক্ষই আজি আগমন আৰু প্ৰস্থান কক্ষত প্ৰায় তিনিশৰো অধিক লোকক বিনামূলীয়াকৈ চাহ পৰিবেশন কৰে।

বিমানকোঠত অৱস্থিত গুডউইন চাহ আৰু কৰংগিনি চাহ বিপণি সমূহেও ইয়াত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। তাৰ সমান্তৰালভাৱে, মাঞ্চীছ আৰু লোকেল ফুড বিপণি সমূহে বিনামূলীয়াকৈ কুকিছ আৰু কাটলেট প্ৰদান কৰে। উল্লেখযোগ্য যে, যাত্ৰী সকলে চাহ বিতৰণৰ এই ব্যতিক্ৰমিক ব্যবস্থাৰ প্ৰতি অধিক সন্তষ্ট হৈ বিমানকোঠ কতৃপক্ষক ভূয়সী প্ৰশংসা কৰে।

Previous Post

প্ৰতি কেজি ১ লাখ ১৫ হাজাৰ টকাত বিক্ৰী হ’ল মনোহাৰী গ’ল্ড টি

Next Post

অংকিতা দত্তৰ সহযোগিতাতেই হ’ব যুৱ কংগ্ৰেছৰ নিৰ্বাচন!

Related Posts

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
Next Post
অংকিতা দত্তৰ সহযোগিতাতেই হ’ব যুৱ কংগ্ৰেছৰ নিৰ্বাচন!

অংকিতা দত্তৰ সহযোগিতাতেই হ'ব যুৱ কংগ্ৰেছৰ নিৰ্বাচন!

অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ ভুৱা পাছপৰ্ট উদ্ধাৰ

অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ ভুৱা পাছপৰ্ট উদ্ধাৰ

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8