• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বৰঝাৰ বিমানবন্দৰত GIALৰ উদ্যোগত CBRN বিষয়ক দুৰ্যোগ প্ৰশমনৰ যৌথ আখৰা

নিউজ ডেস্ক by নিউজ ডেস্ক
November 26, 2022
in গুৱাহাটী, সংবাদ
1 min read
0
বৰঝাৰ বিমানবন্দৰত GIALৰ উদ্যোগত CBRN বিষয়ক দুৰ্যোগ প্ৰশমনৰ যৌথ আখৰা
Share on FacebookShare on Twitter

দেশৰ আন বিমানবন্দৰৰ দৰে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো যিকোনো দুৰ্যোগ বা আপদকালীন পৰিস্থিতিৰ উদ্ভৱ হলে যাতে তাক তৎকালে মোকাবিলা কৰি আক্ৰান্ত লোকক নিৰাপদে উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিব পাৰি তাৰ বাবে বিমানবন্দৰ পৰিচালনাৰ দায়িত্বত থকা গুৱাহাটী ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেড (GIAL) কৰ্তৃপক্ষই বিশেষ তৎপৰতা অৱলম্বন কৰিছে। এই তৎপৰতাৰ অংশ হিচাপে আজি GIALৰ উদ্যোগত আৰু বিমানবন্দৰৰ কাষৰীয়া আজাৰা পাটগাঁওস্থিত প্রথম ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ NDRFৰ প্ৰথম বেটেলিয়ানৰ সহযোগত কেমিকেল বায়লজিকেল এণ্ড নিউক্লিয়াৰ মেটেৰিয়েলছ চমুকৈ CRBN’ ৰ দুৰ্যোগ প্ৰশমন বিষয়ক এক যৌথ আখৰা অনুষ্ঠিত হয়।

যৌথ আখৰাত প্ৰথম NDRF বাহিনীৰ উপৰিও CISF, ৰাজ্যিক আৰক্ষী, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ চমুকৈ ASDMAকে ধৰি বিমানবন্দৰত জৰুৰী কাৰ্যত নিয়োজিত কেবাটাও বিভাগৰ প্ৰায় ৫০ জনৰো অধিক বিষয়া – কৰ্মচাৰীয়ে ভাগ লয়। বন্তি প্ৰজ্বলনৰে যৌথ আখৰা কাৰ্যৰ শুভাৰম্ভ কৰে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক সন্মুখ যোগানী , বৰঝাৰ বিমানবন্দৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱা, প্ৰথম এন ডি আৰ এফৰ কমাণ্ডেণ্ট এইছ পি এছ কাণ্ডাৰী, এন ডি এম এৰ জ্যেষ্ঠ পৰামৰ্শদাতা চিন্ময় নাথ, এ এছ ডি এম এৰ উপ মুখ্য কাৰ্যবাহী বিষয়াই।

আনহাতে যৌথ আখৰাত বিমানবন্দৰৰ দৰে অতি স্পৰ্শকাতৰ অঞ্চলত ৰাসায়নিক বা তেনে ধৰণৰ জৰুৰী ঔদ্যোগিক দুৰ্ঘটনা সংঘটিত হলে আক্ৰান্ত বা ভুক্তভোগী লোকক তৎকালে, নিৰাপদে উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা, আহত লোকক প্ৰাথমিক চিকিৎসা প্ৰদানকে ধৰি বিভিন্ন কৌশল সমূহৰ প্ৰশিক্ষণ প্ৰদান কৰা আদি দিশত দক্ষতাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়।

Previous Post

SXI ৰ ভাৰতত নতুন ছুপাৰক্ৰছ ৰেচিং লীগ পৰিচালনা আৰু সম্প্ৰসাৰণ

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

কোকৰাঝাৰত দুস্কৃতিকাৰীয়ে জ্বলালে নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকা!

বিহপুৰীয়াত জীৱন্তে অগ্নিদগ্ধ হ'ল এজন!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8