• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কামৰূপ মহানগৰৰ ডিটিঅ’ অৰুণ বৰাসহ ৪ কর্মচাৰীক নিলম্বন

Manoranjan Majumder by Manoranjan Majumder
August 4, 2020
in গুৱাহাটী
1 min read
0
susoended
Share on FacebookShare on Twitter

গুৱাহাটীঃ যান–বাহন কৰত সংঘটিত অনিয়মত অভিযুক্ত কামৰূপ (মহানগৰ) জিলাৰ পৰিবহণ বিষয়া (ডিটিঅ’) অৰুণ বৰাক নিলম্বিত কৰা হৈছে৷ ডি টি অ’ৰ উপৰি কামৰূপ (মহানগৰ) জিলা পৰিবহণ বিষয়া কার্যালয়ৰ মুখ্য সহায়ক সীমান্ত নেওগ, কনিষ্ঠ সহায়ক অৰূপ কুমাৰ বর্মন আৰু গাণনিক সিদ্ধেশ্বৰ ৰংহাঙক একেটা অভিযোগত নিলম্বিত কৰা হৈছে৷ পৰিবহণমন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ নির্দেশমর্মে পৰিবহণ বিষয়াৰ লগতে কর্মচাৰীকেইজনক নিলম্বন কৰা হয়৷ উল্লেখ্য যে যান–বাহন কৰ জমা কৰাৰ ক্ষেত্রত অনিয়ম সংঘটিত হোৱাৰ তথ্য লাভ কৰাৰ লগে লগে পৰিবহণ বিভাগে এক তদন্তৰ নির্দেশ দিয়ে৷

এই সন্দর্ভত এনআইচি কর্তৃপক্ষৰ সৈতে আজি এখন বৈঠক অনুষ্ঠিত কৰে পৰিবহণ বিভাগে৷ ভৱিষ্যতে যাতে এনেধৰণৰ অনিয়ম সংঘটিত কৰিব নোৱাৰে তাৰ বাবে প্রযুক্তিগত বেমেজালি দূৰ কৰিবলৈ এনআইচিক নির্দেশ দিছে বিভাগটোৱে৷

Previous Post

এমাজন প্ৰাইমত ‘শকুন্তলা দেৱী’

Next Post

‘‘অৰ্ণৱ- দা নিউজ প্ৰষ্টিটিউট’’

Related Posts

সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
কোকৰাঝাৰত দুস্কৃতিকাৰীয়ে জ্বলালে নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকা!
ক্ৰাইম

মহানগৰীৰ কামাকাজি ফ্ল’টিং ৰেস্তোঁৰাত বিধ্বংসী অগ্নিকাণ্ড

November 27, 2023
সংগীত খনিকৰ পুৰুষোত্তম দাসৰ ১০৬তম জয়ন্তী পালন
সংবাদ

সংগীত খনিকৰ পুৰুষোত্তম দাসৰ ১০৬তম জয়ন্তী পালন

November 25, 2023
গুৱাহাটীত ছাল লিফটিং আৰু ফৰ্মিংৰ এক নতুন প্ৰযুক্তি লিনিয়া মুকলি
সংবাদ

গুৱাহাটীত ছাল লিফটিং আৰু ফৰ্মিংৰ এক নতুন প্ৰযুক্তি লিনিয়া মুকলি

November 24, 2023
বিশ্বনাথৰ কাঠনিবাৰীৰ ধৰ্ষণ কাণ্ডঃ অপৰাধীক কঠোৰ শাস্তিৰ দাবী গোৰ্খা ছাত্ৰ সন্থাৰ
সংবাদ

মহানগৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱতী

November 20, 2023
১৭ নবেম্বৰৰ পৰা দীপৰ বিলত ৰাইজিং ছান ৱাটাৰ ফেষ্টিভেল উদযাপনৰ প্ৰস্তুতি
সংবাদ

১৭ নবেম্বৰৰ পৰা দীপৰ বিলত ৰাইজিং ছান ৱাটাৰ ফেষ্টিভেল উদযাপনৰ প্ৰস্তুতি

November 16, 2023
Next Post
arnav

‘‘অৰ্ণৱ- দা নিউজ প্ৰষ্টিটিউট’’

pib

অসমে নিজাকৈ লাভ কৰিলে ২৪/৭ দুৰদৰ্শন চেনেল

Ram Mandir

দণ্ডৱতে সাষ্টাংগ প্ৰণামেৰে প্ৰধানমন্ত্ৰী মোদী বহিল ৰাম মন্দিৰৰ ভূমি পূজনত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8