- আজি পুৱা মহানগৰীৰ পানবজাৰত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড।
- পামবজাৰৰ ব্যৱসায়িক-প্রতিষ্ঠানত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
- সকলোৰে পৰিচিত চিল্কালয়ত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে ।
- অগ্নিকাণ্ডত ভস্মীভূত হৈছে লক্ষাধিক টকাৰ সা-সামগ্রী।
- শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে।
- ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে।