• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

NFIRৰ নৱনিৰ্বাচিত যুটীয়া সাধাৰণ সম্পাদকক গুৱাহাটী ৰেল ষ্টেচনত বিপুল আদৰণি

নিউজ ডেস্ক by নিউজ ডেস্ক
March 29, 2022
in গুৱাহাটী, ৰাজনীতি
1 min read
0
NFIRৰ নৱনিৰ্বাচিত যুটীয়া সাধাৰণ সম্পাদকক গুৱাহাটী ৰেল ষ্টেচনত বিপুল আদৰণি
Share on FacebookShare on Twitter

সৰ্বভাৰতীয় ৰেলৱে ট্ৰেড ইউনিয়নৰ অন্যতম সৰ্ববৃহৎ সংগঠন “নেশ্যনেল ফেডাৰেচন অফ ইণ্ডিয়ান ৰেলৱেমেনছ” চমুকৈ NFIRৰ পাঞ্জাৱৰ অমৃতসৰ চহৰত সদ্যসমাপ্ত কাৰ্যকৰী সভাত সংগঠনটোৰ গুৰুত্বপূৰ্ণ যুটীয়া সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন “এন এফ ৰেলৱে এম্প’লয়িজ ইউনিয়নৰ সাধাৰণ সম্পাদক তথা শ্ৰমিক নেতা মুনীন্দ্ৰ শইকীয়া।

আনহাতে সোমবাৰে নিশা নতুন দিল্লীৰ পৰা ৰেলযোগে গুৱাহাটী ৰেল ষ্টেচনত উপস্থিত হোৱাৰ পাছত NFIRৰ নৱনিৰ্বাচিত যুটীয়া সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াক এম্প’লয়িজ ইউনিয়নৰ গুৱাহাটী শাখাৰ শাখা সম্পাদক অৰূপ কলিতাৰ নেতৃত্বত ইউনিয়নৰ কেবা শতাধিক কর্মীয়ে গামোছা, ফুলৰ থোপা, জাপিৰে বিপুল আদৰণি জনায়। তাৰ পাছত কর্মীসকলে মুনীন্দ্ৰ শইকীয়া জিন্দাবাদ, এন এফ আই আৰ জিন্দাবাদ, এন এফ ৰেলৱে এম্প’লয়িজ জিন্দাবাদ ধ্বনি দি ইউনিয়নৰ গুৱাহাটী শাখা কাৰ্যালয়লৈ এক বিশাল শোভাযাত্ৰাৰে তেওঁক আদৰি লৈ যোৱা হয়।

কাৰ্যালয় চৌহদত শাখা সভাপতি গুণেন্দ্ৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত ভাষণ প্ৰসংগত মুনীন্দ্ৰ শইকীয়াই তেওঁ সৰ্বভাৰতীয় ৰেলৱে ট্ৰেড ইউনিয়নৰ গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হোৱাৰ ক্ষেত্ৰত ইউনিয়নৰ সমূহ কর্মী – কৰ্মকৰ্তাৰ লগতে উত্তৰ পূব সীমান্ত ৰেলৱেৰো শ্ৰমিক – কৰ্মচাৰী সকলৰ অৱদান আছে বুলি ব্যক্ত কৰি আগন্তক দিনত যাতে এম্প’লয়িজ ইউনিয়ন অধিক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব পাৰে তাৰ বাবে কাম কৰিবলৈ সকলোকে আহ্বান জনায়। সভাত ইউনিয়নৰ প্ৰচাৰ গোটৰ অধ্যক্ষ আৰু গুৱাহাটী শাখাৰ পৰ্যবেক্ষক নয়ন কুমাৰ বৰ্মন, ইউনিয়নৰ গুৱাহাটী শাখাৰ মহিলা গোটৰ সম্পাদিকা নমিতা দাস, যুৱ গোটৰ সম্পাদক দিব্যজ্যোতি হাজৰিকাকে ধৰি কেইবাজনেও চমু ভাষণত NFIRৰ যুটীয়া সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈ এম্প’লয়িজ ইউনিয়নলৈ গৌৰৱ কঢ়িয়াই অনা বাবে মুনীন্দ্ৰ শইকীয়াক ধন্যবাদ জ্ঞাপন কৰি তেওঁৰ নেতৃত্বত এম্প’লয়িজ ইউনিয়নৰ সংগঠনিক দিশ আগতকৈ শক্তিশালী হোৱা বুলি সদৰি কৰে।

Previous Post

অসমৰ বহু জিলাত সংখ্যালঘুত পৰিণত হিন্দুঃ হিমন্ত বিশ্ব শৰ্মা

Next Post

দিল্লীত স্বাক্ষৰিত হ’ল অসম- মেঘালয়ৰ সীমা সমস্যাৰ চুক্তি

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
Next Post
দিল্লীত স্বাক্ষৰিত হ’ল অসম- মেঘালয়ৰ সীমা সমস্যাৰ চুক্তি

দিল্লীত স্বাক্ষৰিত হ’ল অসম- মেঘালয়ৰ সীমা সমস্যাৰ চুক্তি

যোৰহাটত মূল্যবৃদ্ধিৰ  প্ৰতিবাদ

যোৰহাটত মূল্যবৃদ্ধিৰ প্ৰতিবাদ

বিলাসী গাড়ীসহ ১১০খন বাহনৰ বিৰুদ্ধে গোচৰ তৰি ৩৫খন জব্দ

বিলাসী গাড়ীসহ ১১০খন বাহনৰ বিৰুদ্ধে গোচৰ তৰি ৩৫খন জব্দ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8