• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কাঁহিকুছিত স্বচ্ছ ভাৰত মিছন আৰু জল-জীৱন মিছনৰ প্ৰশিক্ষণ কাৰ্যসূচী

নিউজ ডেস্ক by নিউজ ডেস্ক
March 25, 2022
in গুৱাহাটী, ৰাজনীতি, শিক্ষা
1 min read
0
কাঁহিকুছিত স্বচ্ছ ভাৰত মিছন আৰু জল-জীৱন মিছনৰ প্ৰশিক্ষণ কাৰ্যসূচী
Share on FacebookShare on Twitter

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ ( এছ আই পি আৰ ডি ) অধীনস্থ সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰ চমুকৈ ই টি চিয়ে বিভাগীয় নিৰ্দেশনা অনুসৰি ৰাজ্যৰ গাঁও পঞ্চায়ত সমূহক সবলীকৰণ আৰু আঁচনি সমূহ যাতে সফলভাবে ৰূপায়ণ হয় তাৰ বাবে সময়ে সময়ে প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰি অহা হৈছে। আনহাতে বিভাগীয় নিৰ্দেশনা অনুসৰি এইবেলি পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত ৰাজ্যত চলি থকা স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ( SBMG)আৰু জল জীৱন মিছনৰ (JMM)সু-সমন্বয় সাধনৰ বাবে ১৪ ফেব্ৰুৱাৰীৰ পৰা চলি আছে এক ডেৰমহীয়া প্ৰশিক্ষণ কাৰ্যসূচী।

অহা ৩১ মাৰ্চত সামৰণি পৰিবলগীয়া প্ৰশিক্ষণ কাৰ্যসূচীত অসমৰ চাৰিখন জিলা ক্ৰমে – কামৰূপ, কামৰূপ মহানগৰ, মৰিগাঁও আৰু গোৱালপাৰা জিলাৰ ২৭ টা উন্নয়ন খণ্ডৰ অধীনৰ ২৮০ খন গাঁও পঞ্চায়তৰ সভাপতি, উপ সভাপতি আৰু একৰিডেটেড সহকাৰী অভিযন্তা, আঞ্চলিক পঞ্চায়তৰ সদস্যৰ উপৰি সেই জিলা উন্নয়ন খণ্ড এলেকাৰ অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ক্ষেত্ৰ বিষয়া সকলে ভাগ লৈছে। আনহাতে ETCৰ অধ্যক্ষ আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ দায়িত্ববাহী লালৰেম চিয়ামি গামলায়ে জানিবলৈ দিয়া মতে কাৰ্যসূচীত ভাগ লোৱা সকলোকে দুদিনকৈ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।
মূলত পঞ্চায়ত সমুহক অধিক শক্তিশালী ৰূপত গঢ় দিবৰ বাবে এনে ধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আৰম্ভ কৰা হৈছে। আনহাতে প্ৰশিক্ষণ কাৰ্যসূচীৰ বিশেষভাবে তদাৰক কৰিছে খানাপাৰাস্থিত ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠান চমুকৈ এছ আই আৰ ডিৰ যুটীয়া সঞ্চালক ( প্ৰশিক্ষণ ) পবিত্ৰ কলিতাই। তেনেদৰে ETCৰ ফেকাল্টি সকলৰ উপৰি প্ৰশিক্ষক হিচাপে জিলা পৰিষদৰ ডি পি এম আৰু বিভাগীয় বিষয়া সকলে প্ৰশিক্ষণ প্ৰদান কৰি আছে। ETCৰ অধ্যক্ষ লালৰেম চিয়ামি গামলায়ে সদৰি কৰা অনুসৰি ETC চৌহদৰ উপৰিও গোৱালপাৰা জিলাৰ বালিজানাৰ ডি পি আৰ চি কেন্দ্ৰ, মৰিগাঁও জিলাৰ জিলা পৰিষদৰ সভাগৃহত এই প্ৰশিক্ষণ অনুষ্ঠিত কৰি অহা হৈছে। ইয়াৰ উপৰিও মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন আৰু গোৱালপাৰা জিলাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নৰেন দাসেও প্ৰশিক্ষাৰ্থী সকলৰ সৈতে মত বিনিময় কৰিছে। আনকি গাঁও পঞ্চায়ত সমূহৰ বিষয়া – কৰ্মচাৰী সকলেও প্ৰশিক্ষণ কাৰ্যসূচীত সহযোগিতা আগবঢ়াইছে।

Previous Post

মুনীন্দ্ৰ শইকীয়া NFIRৰ যুটীয়া সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত

Next Post

বিমানবন্দৰত সুৰক্ষাৰ নামত এগৰাকী ৮০ বছৰীয়া মহিলাক ‘ষ্ট্ৰিপ সন্ধান কৰি CISFৰ কৰ্মচাৰী হ’ল নিলম্বন

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
Next Post
বিমানবন্দৰত সুৰক্ষাৰ নামত এগৰাকী ৮০ বছৰীয়া মহিলাক ‘ষ্ট্ৰিপ সন্ধান কৰি CISFৰ কৰ্মচাৰী হ’ল নিলম্বন

বিমানবন্দৰত সুৰক্ষাৰ নামত এগৰাকী ৮০ বছৰীয়া মহিলাক 'ষ্ট্ৰিপ সন্ধান কৰি CISFৰ কৰ্মচাৰী হ'ল নিলম্বন

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ বাবে মুকলি হ’ল ৱেব পৰ্টেল

গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ বাবে মুকলি হ'ল ৱেব পৰ্টেল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8