নিউজ ডেস্কঃ ক’ৰোনাত আক্ৰান্ত হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।ইতিমধ্যে এই কথা টুইটাৰযোগে তৰুণ গগৈয়ে সদৰী কৰিছে।
বুধবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ দেহত ক’ৰোনাৰ অৱস্থিতি ধৰা পৰে। জানিব পৰা মতে,৩ দিনৰ পূৰ্বে তৰুণ গগৈয়ে দলীয় বৈঠকত অংশ লৈছিল।ৰিপুণ বৰাকে ধৰি কংগ্ৰেছৰ প্ৰায় সংখ্যক জ্যেষ্ঠ নেতাৰ সংস্পৰ্শলৈ আহিছিল গগৈ।
উল্লেখযোগ্য যে,তৰুণ গগৈয়ে তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক কৰ’না পৰীক্ষা কৰোৱাবলৈ অনুৰোধ জনাইছে।
I have been tested Covid 19 positive yesterday. People who came in contact with me during Last few days they should go for Covid test immediately.
— Tarun Gogoi (@tarun_gogoi) August 26, 2020