মহানগৰীত বনৰজাৰ মুক্ত বিচৰণ।ৰাতিপুৱা হেঙেৰাবাৰীৰ হাউচিং কলনীৰ সমীপৰ ১০ নং ঘৰত বাৰাণ্ডাত আহি সোমাইহি বাঘটো। বন বিভাগৰ লোকে বহু সময় যুঁজি অৱশেষত পিঞ্জৰাৱদ্ধ কৰিবলৈ সক্ষম হয় বাঘটো।কোনো লোক হতাহত হোৱা নাই। সম্প্ৰতি বাঘটো অসম ৰাজ্যিক চিৰিয়াখানালৈ লৈ যোৱা হয় ৷