নিউজ ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ প্ৰশাসনে মঙলবাৰে প্ৰযুক্তি কোম্পানীবোৰে ব্যৱহাৰ কৰা ইমিগ্ৰেচন ভিছাৰ ওপৰত নতুন নিয়ম জাৰী কৰে। গৃহাধিকাৰ সুৰক্ষা বিভাগে দক্ষ কৰ্মীসকলৰ বাবে জাৰী কৰিব লাগিব এইছ-১বি ভিছাৰ বাবে নতুন নিয়ম ঘোষণা কৰে। প্ৰতি বছৰে ৮৫,০০০ প্ৰব্ৰজনকাৰীক এই ভিছা প্ৰদান কৰা হয়৷