• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

২১ বছৰৰ পিছত ভাৰতৰ হাতত মিছ ইউনিভাৰ্ছৰ খিতাপ

Himalika Das by Himalika Das
December 13, 2021
in আন্তৰ্জাতিক
0
২১ বছৰৰ পিছত ভাৰতৰ হাতত মিছ ইউনিভাৰ্ছৰ খিতাপ
Share on FacebookShare on Twitter

সুদীৰ্ঘ ২১ বছৰৰ পিছত চণ্ডীগড়ৰ হৰনাজ সন্ধুয়ে ২০২১ ৰ মিছ ইউনিভাৰ্ছৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৭৫গৰাকী সুন্দৰীক চেৰ পেলাই এই খিতাপ আঁজুৰি আনিলে ভাৰতৰ হৰনাজ সন্ধুয়ে। ইজৰাইলৰ ইলাটত অনুষ্ঠিত হোৱা ৭০ তম মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰে ২১ বছৰীয়া হাৰনাজ সান্ধুৱে । অৰু ১২ ডিচেম্বৰত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ২০২১ খিতাপ অৰ্জন কৰে হৰনাজ সন্ধুয়ে। প্ৰথম ৰানাৰ্ছ আৰু দ্বিতীয় ৰানাৰ্ছ আপ পাৰাগুৱেৰ নাদিয়া ফেৰেৰা আৰু দক্ষিণ আফ্ৰিকাৰ লেলেলা চাৱানেক পৰাস্ত কৰি এই মুকুট জয় কৰে সান্ধুৱে।

ইয়াৰ পূৰ্বে ১৯৯৪ চনত সুস্মিতা সেন আৰু ২০০০ ত লাৰা দত্তই মিছ ইউনিভাৰ্ছৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছিল । ২০২০ৰ মিছ ইউনিভাৰছ দক্ষিণ আফ্ৰিকাৰ এণ্ড্ৰিয়া মেজাই হাৰনাজৰ শিৰত পিন্ধাই দিয়ে মিছ ইউনিভাৰ্ছৰ মুকুট।

Previous Post

জেষ্ঠ্য কংগ্ৰেছী নেতা তথা প্ৰাক্তন মন্ত্ৰী অকন বৰাৰ পত্নী পাৰুল বৰাৰ দেহাৱসান

Next Post

বিজয় হাঁহিৰে প্ৰতিবাদস্থলী এৰি ঘৰমুৱা স্বাভিমানী কৃষক

Related Posts

এছিয়াৰ সৰ্ববৃহৎ প্লাষ্টিক প্ৰদৰ্শনীৰ আয়োজন প্লাষ্টিণ্ডিয়া ফাউণ্ডেচনৰ
ব্যৱসায়

এছিয়াৰ সৰ্ববৃহৎ প্লাষ্টিক প্ৰদৰ্শনীৰ আয়োজন প্লাষ্টিণ্ডিয়া ফাউণ্ডেচনৰ

January 13, 2023
পাকিস্তানৰ ভাৰতত কূটাঘাতৰ বাবে কৰা পৰিকল্পনাক বিফল কৰিলে ভাৰতীয় নৌ সেনাই
ক্ৰাইম

পাকিস্তানৰ ভাৰতত কূটাঘাতৰ বাবে কৰা পৰিকল্পনাক বিফল কৰিলে ভাৰতীয় নৌ সেনাই

December 27, 2022
আজি পৱিত্ৰ বৰদিন
সংবাদ

আজি পৱিত্ৰ বৰদিন

December 25, 2022
মালয়েছিয়াত ভয়ংকৰ ভূমিস্খলন
Exclusive

মালয়েছিয়াত ভয়ংকৰ ভূমিস্খলন

December 16, 2022
গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ
News

গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ

December 14, 2022
চীনৰ পৰা ধন লৈছিল ৰাজীৱ গান্ধী ফাউণ্ডেচনে!
ৰাজনীতি

চীনৰ পৰা ধন লৈছিল ৰাজীৱ গান্ধী ফাউণ্ডেচনে!

December 13, 2022
Next Post
বিজয় হাঁহিৰে প্ৰতিবাদস্থলী এৰি ঘৰমুৱা স্বাভিমানী কৃষক

বিজয় হাঁহিৰে প্ৰতিবাদস্থলী এৰি ঘৰমুৱা স্বাভিমানী কৃষক

কলিয়াবৰত অঘটন! পিতৃৰ চাৰ্ভিচ পিষ্টলৰ গুলী লাগিল ৪ বছৰীয়া পুত্ৰৰ ভৰিত

কলিয়াবৰত অঘটন! পিতৃৰ চাৰ্ভিচ পিষ্টলৰ গুলী লাগিল ৪ বছৰীয়া পুত্ৰৰ ভৰিত

কংগ্ৰেছত মোক্ষম আঘাত

কংগ্ৰেছত মোক্ষম আঘাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8