প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে ভাৰত-বাংলাদেশৰ মাজৰ ‘মৈত্ৰী সেতু’৷
সোমবাৰে ভিডিঅ’ কন্ফাৰেল্সিঙৰ জৰিয়তে উদ্বোধন কৰে ‘মৈত্ৰী সেতু’
অনুষ্ঠানত উপস্থিত থাকে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ৷
দুয়োখন দেশৰ মাজৰ এই ঐতিহাসিক মূহুৰ্তৰ সাক্ষী হ’ল দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীদ্বয়ৰ লগতে বহু ব্যক্তি ৷
বাংলাদেশ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মাজত ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত ক’ৰিডৰৰ ভূমিকা ল’ব ‘মৈত্ৰী সেতু’য়ে
এই অনুষ্ঠানৰ লগতে ত্ৰিপুৰাৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷