• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অনাস্থা প্ৰস্তাৱঃ গাদী ৰক্ষাৰ বাবে ইমৰানৰ হাতত ৬ দিন!

নিউজ ডেস্ক by নিউজ ডেস্ক
March 29, 2022
in আন্তৰ্জাতিক, ৰাজনীতি
1 min read
0
অনাস্থা প্ৰস্তাৱঃ গাদী ৰক্ষাৰ বাবে ইমৰানৰ হাতত ৬ দিন!
Share on FacebookShare on Twitter

পাকিস্তানৰ সংসদত ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰা হৈছে আৰু এই সন্দৰ্ভত ৩১ মাৰ্চত আলোচনা অনুষ্ঠিত হব। পাকিস্তানৰ বিৰোধী দলপতি শ্বাহবাজ শ্বৰীফে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে। সংসদৰ উপাধ্যক্ষ কাছিম খানে এই আলোচনা আৰু তিনি দিনলৈ পিছুৱাই দিছে। পুনৰ আস্থাৰ ভোট ৪ এপ্ৰিলত অনুষ্ঠিত হ’ব।
উল্লেখ্য যে, ৮ মাৰ্চত বিৰোধীয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল। তথ্য অনুসৰি, বিৰোধী শিবিৰৰ মুঠ ৮৬ জন সদস্যই ৰাষ্ট্ৰীয় সংসদ সচিবালয়লৈ অনা এই অনাস্থা প্ৰস্তাৱত স্বাক্ষৰ কৰে। নিয়ম অনুসৰি, বৰ্তমান চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিবলৈ নিম্নতম ৬৮ টা বিৰোধী স্বাক্ষৰৰ প্ৰয়োজন। আস্থা ভোটৰ দিনা, পাকিস্তান মুছলিম লীগ নৱাজৰ সভাপতি শ্বাহবাজ শ্বৰীফে ইঙ্গিতপূৰ্ণ মন্তব্য কৰিছিল। তেওঁ আশা কৰে যে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ আগন্তুক এসপ্তাহৰ ভিতৰত নিৰ্ণয় কৰা হ’ব।

আনহাতে, ইমৰান খানৰ পাছত এইবাৰ বিৰোধীয়ে পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও অনাস্থা প্ৰস্তাৱ আনিছে। সোমবাৰে মুখ্যমন্ত্ৰী উছমান বুজদাৰৰ বিৰুদ্ধে এই প্ৰস্তাৱ উত্থাপন কৰিছিল বিৰোধীয়ে। একাংশ ৰাজনৈতিক বিশ্লেষকে বিশ্বাস কৰে যে, ইমৰান খান চৰকাৰৰ পতন হবলৈ মাত্ৰ কিছু সময় বাকী।

Previous Post

গুৱাহাটীত চেঞ্চুৰী কোবোৱাৰ দিশে পেট্ৰ’ল

Next Post

মই ৰাজহুৱাকৈ ক্ষমা বিচাৰিছো ক্ৰিছ: উইল স্মিথ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
Next Post
মই ৰাজহুৱাকৈ ক্ষমা বিচাৰিছো ক্ৰিছ: উইল স্মিথ

মই ৰাজহুৱাকৈ ক্ষমা বিচাৰিছো ক্ৰিছ: উইল স্মিথ

বালিমাহী কবি ধনেশ্বৰ ইংতিলৈ পদ্মশ্রী

বালিমাহী কবি ধনেশ্বৰ ইংতিলৈ পদ্মশ্রী

অপৰিস্কাৰ হৈছে টুইটাৰঃ ন্যায়ালয়

অপৰিস্কাৰ হৈছে টুইটাৰঃ ন্যায়ালয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8