• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিশ্বৰ বাবে এক ৰহস্য ২০০০ বছৰীয়া জিন হুই, কোন এই জিন হুই?

Manoranjan Majumder by Manoranjan Majumder
February 11, 2021
in আন্তৰ্জাতিক, বিবিধ
1 min read
0
mummy
Share on FacebookShare on Twitter

জিন হুই । প্ৰাচীন চীনৰ চাংশা সাম্ৰাজ্যৰ প্ৰধানমন্ত্ৰী লী ক্যাংৰ পত্নী জিন হুই।

১৯৭১ চনত চীনা শ্ৰমিকৰ এটা দলে উদ্ধাৰ কৰিছিল জিন হুইক ।

বিশ্বৰ বাবে আজিও এক ৰহস্য চীনত উদ্ধাৰ হোৱা এইটো দুহেজাৰ বছৰীয়া মামী ।

অলৌকিক যেন লাগিলেও নিখুঁত শৰীৰৰে ঈৰ্ষণীয় সৌন্দৰ্যৰ এক ২০০০ বছৰীয়া মামী জিন হুই।

উদ্ধাৰৰ খবৰ বিয়পি পৰাৰ পিছতে চাৰিওফালে ৰহস্য আৰম্ভ হয় । সেই সময়ত চীনত হ্যান ৰাজবংশৰ ৰাজত্ব আছিল।

জিন হুইৰ সমাধিৰ খবৰ পাইয়ে তৎপৰ হৈ পৰিছিল চীনৰ চৰকাৰ আৰু প্ৰেৰণ কৰে প্ৰত্নতত্ববিদসকলক ।

সমাধিটোৰ সৈতে আছিল হুইৰ স্বামী লি ক্যাং আৰু জিন হুইৰ পুত্ৰৰ সমাধি।

হুইৰ সমাধি বহুতো মূল্যৱান কাপোৰ আৰু বাদ্যযন্ত্ৰৰ দ্বাৰা পৰিবেষ্টিত আছিল।

কিন্তু প্ৰত্নতত্ববিদসকলক আকৰ্ষিত কৰিছিল মৃত শৰীৰটোৱেহে ।

তেওঁলোকৰ মতে, শৰীৰটো দেখি এনে লাগিছিল যেন জিন হুইৰ মাত্ৰ কেইদিনমান পূৰ্বে মৃত্যু হৈছিল

হুইৰ শৰীৰটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল।

তেওঁৰ হাত-ভৰি অতি ভাল অৱস্থাত আছিল।

হুয়াইৰ মূৰৰ চুলি, তেওঁৰ চকুৰ পতা প্ৰায় নিখুঁত আছিল, আৰু তেওঁৰ শিৰাত তেজ আছিল ।

মৰণোত্তৰ পৰীক্ষাৰ পিছত তেওঁৰ শিৰাত তেজ জমা হোৱাৰ সন্ধান পায় আৰু ইয়াৰ পিছতে তেওঁলোকে জানিব পাৰে যে হুই হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে ।

হুইৰ খাদ্যনলী আৰু পাকস্থলীত তৰমুজৰ ১৩৮ টা বীজ পোৱা গৈছিল, যিটো হজম কৰাৰ পূৰ্বেই তেওঁৰ মৃত্যু হৈছিল।

জিন হুইৰ শৰীৰ মাটিৰ পৰা প্ৰায় ১২ মিটাৰ তলত বায়ুৰুদ্ধ অৱস্থাত আছিল।

চাৰিটা স্তৰৰ কফিনত সীমাবদ্ধ থকাৰ লগতে জিন হুইৰ মৃত শৰীৰ ২০ তৰপত ৰেচম কাপোৰেৰে বান্ধি ৰখা হৈছিল

৮০লিটাৰ তৰল পদাৰ্থৰ মাজত ডুবাই ৰখা হৈছিল জিন হুইৰ মৃতদেহ ।

জিন হুইৰ মৃত দেহটো এটা মামী বুলি বিশ্বাস কৰা হয়।

কিন্তু ইয়াক সংৰক্ষণ কৰাৰ পদ্ধতি মিছৰীয়সকলৰ পৰা অলপ পৃথক ।

ইয়াক এতিয়াও সম্পূৰ্ণৰূপে বিশ্লেষণ কৰা হোৱা নাই।

হ্যান ৰাজবংশৰ বিষয়ে বহুতো তথ্য জিন হুইৰ সমাধিৰ পৰাও জনা যায় ।

পূৰ্বতে সাধাৰণ মানুহে এই সকলো তথ্যৰ বিষয়ে অজ্ঞাত আছিল ।

জিন হুইৰ শৰীৰ আৰু তেওঁৰ সমাধিস্থল প্ৰত্নতত্ববিদ আৰু বৈজ্ঞানীকৰ বাবে গৱেষণাৰ এক গুৰুত্বপূৰ্ণ বিষয়।

photo: google

Tags: Chinamummyzin zhuiজিন হুই
Previous Post

পুনৰ অসমৰ ভূমিত নগাৰ আধিপত্য;  উঠাই দিয়া হ’ল নগাই দিয়া জেওৰা

Next Post

কাৰাবন্দী অখিল গগৈক প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আহ্বান জনালে সাংসদ অজিত কুমাৰ ভূঞাই

Related Posts

এছিয়াৰ সৰ্ববৃহৎ প্লাষ্টিক প্ৰদৰ্শনীৰ আয়োজন প্লাষ্টিণ্ডিয়া ফাউণ্ডেচনৰ
ব্যৱসায়

এছিয়াৰ সৰ্ববৃহৎ প্লাষ্টিক প্ৰদৰ্শনীৰ আয়োজন প্লাষ্টিণ্ডিয়া ফাউণ্ডেচনৰ

January 13, 2023
পাকিস্তানৰ ভাৰতত কূটাঘাতৰ বাবে কৰা পৰিকল্পনাক বিফল কৰিলে ভাৰতীয় নৌ সেনাই
ক্ৰাইম

পাকিস্তানৰ ভাৰতত কূটাঘাতৰ বাবে কৰা পৰিকল্পনাক বিফল কৰিলে ভাৰতীয় নৌ সেনাই

December 27, 2022
আজি পৱিত্ৰ বৰদিন
সংবাদ

আজি পৱিত্ৰ বৰদিন

December 25, 2022
মালয়েছিয়াত ভয়ংকৰ ভূমিস্খলন
Exclusive

মালয়েছিয়াত ভয়ংকৰ ভূমিস্খলন

December 16, 2022
গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ
News

গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ

December 14, 2022
চীনৰ পৰা ধন লৈছিল ৰাজীৱ গান্ধী ফাউণ্ডেচনে!
ৰাজনীতি

চীনৰ পৰা ধন লৈছিল ৰাজীৱ গান্ধী ফাউণ্ডেচনে!

December 13, 2022
Next Post
কাৰাবন্দী অখিল গগৈক প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আহ্বান জনালে সাংসদ অজিত কুমাৰ ভূঞাই

কাৰাবন্দী অখিল গগৈক প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আহ্বান জনালে সাংসদ অজিত কুমাৰ ভূঞাই

nrl

নুমলীগড় শোধনাগাৰৰ অংশীদাৰিত্ব বিক্ৰী ভাৰত পেট্ৰ'লিয়াম কৰ্প'ৰেচন লিমিটেডৰ

NRC

এন আৰ চি-ক লৈ শীতল ৰাজনীতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8