• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সংগীতজ্ঞ ইলায়াৰাজা, খেলুৱৈ পি টি উষাকে ধৰি ৰাজ্যসভালৈ মনোনীত ৪ জন

নিউজ ডেস্ক by নিউজ ডেস্ক
July 7, 2022
in ৰাষ্ট্ৰীয়, ৰাজনীতি
1 min read
0
সংগীতজ্ঞ ইলায়াৰাজা, খেলুৱৈ পি টি উষাকে ধৰি ৰাজ্যসভালৈ মনোনীত ৪ জন
Share on FacebookShare on Twitter

ৰাজ্যসভালৈ মনোনীত কৰা হয় ৪ গৰাকী বিশিষ্ট ব্যক্তিক। মনোনীত হোৱা ব্যক্তিসকলৰ ভিতৰত আছে কিংবদন্তি খেলুৱৈ পিটি উষা, মিউজিক মেষ্ট্ৰ’ ইলায়াৰাজা, আৰু চলচ্চিত্ৰ নিৰ্মাতা ভি বিজয়েন্দ্ৰ প্ৰসাদ। দানবীৰ তথা ধৰ্মস্থল মন্দিৰৰ প্ৰশাসক বীৰেন্দ্ৰ হেগড়েকো সংসদৰ উচ্চ সদনলৈ মনোনীত কৰা হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট যোগে সকলোকে অভিনন্দন জনায়। ঊষালৈ শুভেচ্ছা জ্ঞাপন কৰি তেওঁৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি তেওঁ কয়, ‘উল্লেখযোগ্য পিটি উষা জী প্ৰতিজন ভাৰতীয়ৰ বাবে এক প্ৰেৰণা। ক্ৰীড়াৰ ক্ষেত্ৰত তেওঁৰ সাফল্য বহুলভাৱে পৰিচিত যদিও সমানেই প্ৰশংসনীয় হৈছে যোৱা কেইবাবছৰ ধৰি উদীয়মান খেলুৱৈসকলক মেণ্টৰ কৰা তেওঁৰ কাম। ৰাজ্যসভালৈ মনোনীত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰিলোঁ।” প্ৰধানমন্ত্ৰীয়ে ইলায়াৰাজাক, ভি বিজয়েন্দ্ৰ প্ৰসাদ আৰু বীৰেন্দ্ৰ হেগড়েকো পৃথকে পৃথকে টুইট কৰি অভিনন্দন জনায়।

Previous Post

অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত
ৰাজনীতি

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত

June 10, 2023
কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী
ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী

June 10, 2023
সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত
সংবাদ

সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত

June 10, 2023
অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

হ্ৰাস পালে ক’ভিডৰ দ্বিতীয় পালি ভেকচিন- বুষ্টাৰ ড’জৰ ব্যৱধান

হ্ৰাস পালে ক'ভিডৰ দ্বিতীয় পালি ভেকচিন- বুষ্টাৰ ড’জৰ ব্যৱধান

মৃতদেহ ঘূৰাই নিদিয়াক লৈ উত্তপ্ত মণিপুৰৰ ম’ৰে চহৰ

মৃতদেহ ঘূৰাই নিদিয়াক লৈ উত্তপ্ত মণিপুৰৰ ম’ৰে চহৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8