• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

৭-১১ বছৰীয়া শিশুক কভ’ভাক্সৰ জৰুৰী কালীন ব্যৱহাৰৰ পৰামৰ্শ বিশেষজ্ঞৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
June 25, 2022
in ৰাষ্ট্ৰীয়, সংবাদ, স্বাস্থ্য
1 min read
0
৭-১১ বছৰীয়া শিশুক কভ’ভাক্সৰ জৰুৰী কালীন ব্যৱহাৰৰ পৰামৰ্শ বিশেষজ্ঞৰ
Share on FacebookShare on Twitter

ভাৰতৰ কেন্দ্ৰীয় ঔষধ কৰ্তৃপক্ষৰ এক বিশেষজ্ঞ পেনেলে ৭-১১ বছৰ বয়সৰ শিশুৰ বাবে চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই প্ৰস্তুত কৰা কভ’ভাক্স (Covovax) ভেকছিনৰ বাবে জৰুৰীকালীন ব্যৱহাৰ পৰামৰ্শ দিয়ে। ভাৰতীয় ঔষধ নিয়ন্ত্ৰক জেনেৰেলে ৭-১১ বছৰ বয়সৰ শিশুৰ বাবে চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ ভেকছিন কভ’ভাক্সৰ পৰামৰ্শ দিছে।

বিশেষজ্ঞ পেনেলৰ পৰামৰ্শ চূড়ান্ত অনুমোদনৰ বাবে ডি চি জি আইলৈ প্ৰেৰণ কৰা হৈছে। দুয়োখন আৱেদন ১৬ মাৰ্চ আৰু ১ জুনত ভাৰতীয় চিৰাম ইনষ্টিটিউটৰ (SII) চৰকাৰী আৰু নিয়ামক পৰিক্ৰমা সঞ্চালক প্ৰকাশ কুমাৰ সিঙে দাখিল কৰিছিল। অৱশ্যে, চূড়ান্ত অনুমোদনৰ বাবে সন্মতি দিয়াৰ আগতে ডিজিচিআইয়ে পৰামৰ্শটো পুনৰীক্ষণ কৰিব। বিশেষজ্ঞ পেনেলে এপ্ৰিলত ইয়াৰ অন্তিম বৈঠকত আবেদনৰ বিষয়ে চিৰাম ইনষ্টিটিউটৰ পৰা অধিক তথ্য বিচাৰিছিল বুলি সূত্ৰযোগে জানিব পৰা গৈছে।

ভাৰতৰ ঔষধ নিয়ন্ত্ৰকে ২৮ ডিচেম্বৰ, ২০২১ তাৰিখে প্ৰাপ্তবয়স্কসকলৰ জৰুৰী কালীন পৰিস্থিতিত আৰু ৯ মাৰ্চত কিছুমান চৰ্ত অনুসৰি ১২-১৭ বছৰ বয়সৰ গোটত সীমিত ব্যৱহাৰৰ বাবে কভ’ভাক্স ভেকছিনক অনুমোদন জনাইছিল।

Previous Post

১০ জুলাইৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ হেণ্ডবল লীগ

Next Post

স্কুল বাছ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাঃ চিচি কেমেৰা, GPS, ছাইৰেন বাধ্যতামূলক!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
স্কুল বাছ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাঃ চিচি কেমেৰা, GPS, ছাইৰেন বাধ্যতামূলক!

স্কুল বাছ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাঃ চিচি কেমেৰা, GPS, ছাইৰেন বাধ্যতামূলক!

কেবিনেট বৈঠকঃ বান, মিউছুৱেল ট্রেন্সফাৰ, অৰুণোদয় আদিকে ধৰি বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত!

কেবিনেট বৈঠকঃ বান, মিউছুৱেল ট্রেন্সফাৰ, অৰুণোদয় আদিকে ধৰি বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত!

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8