• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দ্য’ আছাম ৰিপিলিং এক্ট, ২০২০ত অনুমোদন ৰাজ্যপাল জগদীশ মুখীৰ

Manoranjan Majumder by Manoranjan Majumder
February 3, 2021
in ৰাষ্ট্ৰীয়
1 min read
0
jagadesh mukhi
Share on FacebookShare on Twitter

মাদ্ৰাছা শিক্ষা ব্যৱস্থা বন্ধ কৰিবৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ‘দ্য আছাম ৰিপিলিং এক্ট ২০২০’ত অনুমোদন জনায় ৰাজ্যপাল জগদীশ মুখীয়ে ।

বুধবাৰে এই আইনখনক স্বীকৃতি প্ৰদান কৰিছে ৰাজ্যপাল প্ৰফেছাৰ জগদীশ মুখীয়ে।

এতিয়াৰে পৰা সকলো চৰকাৰী মাদ্ৰাছা শিক্ষানুষ্ঠান সাধাৰণ শিক্ষানুষ্ঠানলৈ পৰিৱৰ্তিত হ’ব ।

কোনো চৰকাৰী শিক্ষানুষ্ঠানত প্ৰদান কৰিব নোৱাৰিব ধৰ্মীয় শিক্ষা ।

শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংসদত উত্থাপন কৰিছিল বিধেয়কখন ।

ৰাজ্যপাল জগদীশ মুখীয়ে আইনখনত সন্মতি প্ৰদান কৰাৰ পিছতে এয়া এক ঐতিহাসিক আৰু উন্নয়নকামী পদক্ষেপ বুলি টুইটযোগে অভিহিত কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে ।

টুইটযোগে তেঁও কয়, ‘এয়া এক ঐতিহাসিক আৰু প্ৰগতিশীল সিদ্ধান্ত! দ্য আছাম ৰিপিলিং এক্ট, ২০২০-এ ৰাজ্যপালৰ সন্মতি লাভ কৰিছে আৰু কাৰ্যকৰী হৈ উঠিছে।

মাদ্ৰাছা এডু প্ৰাদেশীকৰণ আইন, ১৯৯৫ আৰু অসম মাদ্ৰাছা শিক্ষা আইন, ২০১৮ বাতিল কৰা হৈছে।’

 

Tags: Assamassam repealing act 2020Government of AssamJagadish Mukhiঅসমজগদীশ মুখী
Previous Post

নিশিতা গোস্বামীক অশালীন মন্তব্য কৰি শলঠেকত জুবিন গাৰ্গ

Next Post

পিতৃ-মাতৃক নৃশংসভাৱে হত্যা বৰপুত্ৰৰ;  কিন্তু, কিয় ?

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই
মনোৰঞ্জন

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

January 25, 2023
Next Post
পিতৃ-মাতৃক নৃশংসভাৱে হত্যা বৰপুত্ৰৰ;  কিন্তু, কিয় ?

পিতৃ-মাতৃক নৃশংসভাৱে হত্যা বৰপুত্ৰৰ;  কিন্তু, কিয় ?

ashadeep

ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে পদযাত্ৰা কাৰ্যসূচী আশাদ্বীপ মেণ্টেল হেল্থ ছ'ছাইটিৰ

বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰৰ লগতে ৬জনক আটক

বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰৰ লগতে ৬জনক আটক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8