তামিলনাডু আৰু পুডুচেৰীত সতৰ্কবানী বতৰ বিজ্ঞান কেন্দ্ৰৰ ৷ তামিলনাডু আৰু পুডুচেৰীৰ সমুদ্ৰ তীৰৱৰ্তী অঞ্চলত ‘নিৱাৰ “ সামুদ্ৰিক ঘূর্ণীবতাহে আহাৰ আশংকা তীব্ৰ হৈ পৰিছে। এই সামুদ্ৰিক ঘূৰ্ণীয়ে ইতিমধ্যে তীব্ৰ ৰূপ ধাৰণ কৰিছে আৰু ৰাজ্য দুখন সংলগ্ন দক্ষিণ-পূব উপকূলত ই আঘাত কৰাৰ আশংকা কৰিছে ।
উপকূলীয় অঞ্চল সমুহত নিৱাৰ ঘূৰ্ণীয়ে আজি মাজনিশালৈ বা কাইলৈ পুৱাৰ ভাগত তীব্ৰ বেগত খুন্দা মৰাৰ আশংকা আছে বুলি জানিব দিয়ে বতৰ বিজ্ঞান কেন্দ্ৰই। তামিলনাডুৰ মামাল্লাপুৰম আৰু পুডুচেৰীৰ কাৰাইকালৰ মাজৰ উপকূলীয় অঞ্চলত এই সামুদ্ৰিক ঘূৰ্ণীৰ আঘাত তীব্ৰ ৰূপ ধাৰন হোৱাৰ আশংকা ব্যক্ত কৰিছে ।নিৱাৰৰ ফলত ৰাজ্য দুখনত প্ৰবল বৃষ্টিপাতৰ লগতে এতিয়াও শক্তিশালী বতাহ বলি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে ৰাজ্য দুখনক সকলো সহযোগিকতা কৰাৰ নিশ্চয়তা প্ৰদান কৰিছে আৰু এই সামুদ্ৰিক ঘূৰ্ণীৰে মোকাবিলা কৰিবলৈ সাজু হোৱাৰ পৰামৰ্শ দিছে। ইতিমধ্যে ৰাজ্য দুখনত বুধবাৰৰ দিনটো বন্ধ ঘোষণা কৰা হৈছে আৰু ইয়াৰ বাবে সকলো ধৰতামিলনাডু আৰু পুডুচেৰীত সতৰ্কবানী বতৰ বিজ্ঞান কেন্দ্ৰৰ ৷ তামিলনাডু আৰু পুডুচেৰীৰ সমুদ্ৰ তীৰৱৰ্তী অঞ্চলত ‘নিৱাৰ “ সামুদ্ৰিক ঘূর্ণীবতাহে আহাৰ আশংকা তীব্ৰ হৈ পৰিছে। এই সামুদ্ৰিক ঘূৰ্ণীয়ে ইতিমধ্যে তীব্ৰ ৰূপ ধাৰণ কৰিছে আৰু ৰাজ্য দুখন সংলগ্ন দক্ষিণ-পূব উপকূলত ই আঘাত কৰাৰ আশংকা কৰিছে ।
উপকূলীয় অঞ্চল সমুহত নিৱাৰ ঘূৰ্ণীয়ে আজি মাজনিশালৈ বা কাইলৈ পুৱাৰ ভাগত তীব্ৰ বেগত খুন্দা মৰাৰ আশংকা আছে বুলি জানিব দিয়ে বতৰ বিজ্ঞান কেন্দ্ৰই। তামিলনাডুৰ মামাল্লাপুৰম আৰু পুডুচেৰীৰ কাৰাইকালৰ মাজৰ উপকূলীয় অঞ্চলত এই সামুদ্ৰিক ঘূৰ্ণীৰ আঘাত তীব্ৰ ৰূপ ধাৰন হোৱাৰ আশংকা ব্যক্ত কৰিছে ।নিৱাৰৰ ফলত ৰাজ্য দুখনত প্ৰবল বৃষ্টিপাতৰ লগতে এতিয়াও শক্তিশালী বতাহ বলি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে ৰাজ্য দুখনক সকলো সহযোগিকতা কৰাৰ নিশ্চয়তা প্ৰদান কৰিছে আৰু এই সামুদ্ৰিক ঘূৰ্ণীৰে মোকাবিলা কৰিবলৈ সাজু হোৱাৰ পৰামৰ্শ দিছে। ইতিমধ্যে ৰাজ্য দুখনত বুধবাৰৰ দিনটো বন্ধ ঘোষণা কৰা হৈছে আৰু ইয়াৰ বাবে সকলো ধৰনৰ ব্যৱস্থাৰ প্ৰস্তুতি চলোৱা হৈছে।ধৰণৰ ব্যৱস্থাৰ প্ৰস্তুতি চলোৱা হৈছে।