• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

২৬ জানুৱাৰীত লালকিল্লা আক্ৰমণৰ মাষ্টাৰমাইণ্ড দীপ সিদ্ধুক গ্ৰেপ্তাৰ,দেশদ্ৰোহী ঘোষণা

Manoranjan Majumder by Manoranjan Majumder
February 9, 2021
in ক্ৰাইম, ৰাষ্ট্ৰীয়
1 min read
0
red fort violence
Share on FacebookShare on Twitter

গণতন্ত্ৰ দিৱসত সংঘটিত লালকিল্লা আক্ৰমণৰ মূল অভিযুক্ত দীপ সিদ্ধুক গ্ৰেপ্তাৰ কৰে দিল্লী আৰক্ষীয়ে।

পঞ্জাৱৰ ম’হালীৰ পৰা মঙলবাৰে দিল্লী আৰক্ষীৰ বিশেষ শাখাই গ্ৰেপ্তাৰ কৰে দীপ সিদ্ধুক।

২৬ জানুৱাৰীৰ পিছৰে পৰা পলায়ন কৰি আছিল দীপ সিদ্ধু।

লালকিল্লাত আক্ৰমণ আৰু ধৰ্মীয় পতাকা উৰুওৱাৰ বাবে দেশদ্ৰোহীৰ অপৰাধত দীপ সিদ্ধুৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।

কেন্দ্ৰীয় চৰকাৰৰ তিনি বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত কৃষক বিদ্ৰোহৰ আজি ৭৬ দিন অতিক্ৰম কৰিলে।

ইয়াৰ মাজতে ২৬ জানুৱাৰীত সংঘটিত ঘটনাৰ মাষ্টাৰমাইণ্ডক মঙলবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী।

উল্লেখ্য, যোৱা ৩ ফেব্ৰুৱাৰীত দীপ সিদ্ধু, যুগৰাজ সিং সহিতে ৪ গৰাকী ব্যক্তিৰ সন্ধান দিয়া লোকক এক লাখ টকাকৈ পুৰস্কাৰ ঘোষণা কৰিছিল দিল্লী আৰক্ষীয়ে।

ধৃত ৪ ব্যক্তি ধৰ্মীয় পতাকা উত্তোলন আৰু লালকিল্লা আক্ৰমণত জড়িত আছিল।

photo: google

Tags: deep sidhured fortred fort violenceদিল্লীলালকিল্লা আক্ৰমণ
Previous Post

৩ হাজাৰ হোটেল ক’ভিড কেন্দ্ৰলৈ পৰিণত কৰিব চৰকাৰে; আন্দোলনৰ হুংকাৰ ব্যৱসায়ীসকলৰ

Next Post

ৰিপুণ বৰাৰ গা বদৰ বদৰ গোন্ধায়ঃ হিমন্ত বিশ্ব শৰ্মা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
himanta

ৰিপুণ বৰাৰ গা বদৰ বদৰ গোন্ধায়ঃ হিমন্ত বিশ্ব শৰ্মা

Road Accident

কৰুণ! আপোন লোকৰ অন্তিম সংস্কাৰ কৰিবলৈ গৈ পুনৰ ঘূৰি নাহিল ৭জন লোক

rajiv kapoor

'ৰাম তেৰী গংগা মেলী'ৰ জনপ্ৰিয় অভিনেতা ৰাজীৱ কাপুৰৰ দেহাৱসান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8