কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে শুক্ৰবাৰে চলিত বিত্তীয় বৰ্ষৰ পুঁজি ব্যয় আলোচনাৰ পাৰমাণৱিক শক্তি বিভাগৰ সচিব আৰু এই মন্ত্ৰালয়ৰ ১০ গৰাকী চিপিএছইৰ চিএমড চি.এম.ডি.-ৰ সৈতে এখন ভিডিঅ’ সন্মিলন অনুষ্ঠিত কৰে।ক’ভিড মহামাৰীত দেশখন অৰ্থনৈতিক বিকাশৰ যথেষ্ট বাধাৰ সম্মুখীন হৈছে ৷ এই বৰ্ষৰ ২৩ নৱেম্বৰ লৈকে দেশখনে বিভিন্ন দিশৰ পৰা লাভ কৰা অৰ্থ ২৪২২৭ কোটি টকা আৰু ২০২১ বৰ্ষলৈ ৬১৪৮৩ কোটি টকা লৈ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷
আগন্তুক বৰ্ষত দেশখনৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত এতিয়াৰ পৰা পৰিকল্পনা কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে