নিউজ ডেস্কঃ ৰাষ্ট্ৰপতি ভৱনৰ অশোক হ’ল আজি পুৱা ১০.৩০ বজাত হোৱা এক অনুষ্ঠানত গিৰিশ চন্দ্ৰ মুৰ্মুৱে ভাৰতৰ ১৪তম কম্পট্ৰ’লাৰ এণ্ড অডিটৰ জেনেৰেল অব্ ইণ্ডিয়া হিচাপে শপত গ্ৰহণ কৰে৷ ভাৰতৰ ৰাষ্ট্ৰপতিৰ সন্মুখত তেওঁ এই শপত গ্ৰহণ কৰে৷
উল্লেখ্য, গিৰিশ চন্দ্ৰ মুৰ্মুৱে ২০.১১.২০২৪ তাৰিখলৈ কাৰ্যনিৰ্বাহ কৰিব৷
Shri Girish Chandra Murmu was sworn in as the Comptroller and Auditor-General of India at a ceremony held today in Rashtrapati Bhavan
Shri Murmu will have a tenure upto 20.11.2024
Details: https://t.co/Bq4OzAhGmm@rashtrapatibhvn @PIB_India @MIB_India @ddnews_guwahati pic.twitter.com/bbJGKDQIZR
— PIB in Assam (@PIB_Guwahati) August 8, 2020
চিত্ৰৰ উৎসঃ টুইটাৰ