• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

উভতি চাওঁ আহক … ২০২০ চনৰ কেইটিমান বাণিজ্যিক খবৰ

Manoranjan Majumder by Manoranjan Majumder
December 30, 2020
in ৰাষ্ট্ৰীয়
1 min read
0
উভতি চাওঁ আহক … ২০২০ চনৰ কেইটিমান বাণিজ্যিক খবৰ
Share on FacebookShare on Twitter

হেডলাইন ৮ বিশেষঃ চাওতে চাওতে ইংৰাজীৰ এটা বছৰে আমাৰ পৰা বিদায় ল’বৰ হ’ল। বছৰটোৰ প্ৰথম মাহৰ পৰা এতিয়ালৈকে ক’ৰোনা মহামাৰীয়ে আমাক জুৰুলা কৰি আছে। ক’ৰোনাই সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰো অৰ্থনীতিৰ ক্ষেত্ৰত এক হেঙাৰ হৈ থিয় দিছেহি । দেশৰ তথা সমগ্ৰ বিশ্বৰ অৰ্থনীতি বিপৰ্যস্ত কৰা ২০২০ বৰ্ষটো সকলোৰে স্মৰণীয় হৈ ৰ’ব। ক’ৰোনা মহামাৰীক কিছু সময় মনৰ পৰা আঁতৰাই আহক আমি চলিত বৰ্ষটোৰ কেইটামান গুৰুত্বপূৰ্ণ বাণিজ্যিক খবৰলৈ চকু ফুৰাও–

১. চলিত বৰ্ষত দেশৰ শ্বেয়াৰ বজাৰত ক’ৰোনাই বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। যোৱা ১৯ মাৰ্চত বি এছ ই আৰু এন এছ ইৰ সূচকাংক ১০ শতাংশলৈ হ্ৰাস পায়। অৱশ্যে লকডাউনৰ পৰৱৰ্তী পৰ্যায়ৰ পিছত ই কিছু সুস্থিৰ অৱস্থালৈ আহে।

২. চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাসিকত ভাৰতৰ জিডিপি ৪০ বছৰৰ ভিতৰত সৰ্বাধিক পৰিমাণে হ্ৰাস পায়। ক’ৰোনা সংক্ৰমণ আৰু লকডাউনে  প্ৰথমবাৰৰ বাবে মন্দাৱস্থাৰ গ্ৰাসত পেলায় দেশৰ অৰ্থনীতি।

৩. চলিত বৰ্ষতে সৰ্ববৃহৎ এফ ডি আই চুক্তি হয়। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড অৰ্থাৎ মুকেশ আম্বানিৰ মালিকানাধীন প্ৰতিষ্ঠানটোৱে জিঅ’ প্লেটফৰ্মত ১০ শতাংশ অংশীদাৰিত্ব ফেচবুকৰ ওচৰত ৪৩,৫৭৪ কোটি টকাত বিক্ৰী কৰে। উল্লেখ্য, ৰিলায়েন্সে ফেচবুক, গুগলসহ কেইবাটাও প্ৰতিষ্ঠানৰ ওচৰত জিঅ’ প্লেটফৰ্মৰ অংশীদাৰিত্ব বিক্ৰী কৰি ১,৫২ লাখ কোটি টকা পায়।

৪. ইয়াৰ উপৰিও লাডাখৰ সীমান্ত সংঘাতৰ ঘটনাৰ পিছত ভাৰতে চীনৰ বিৰুদ্ধে অৰ্থনৈতিক যুদ্ধ আৰম্ভ কৰি নিষিদ্ধ কৰে চীনৰ ২৬৭টাকৈ এপ্লিকেচন।

৫. ঠিক তেনেদৰে এই বৰ্ষতে গভীৰ সংকটৰ সন্মুখীন হয় দেশৰ দুটাকৈ আগশাৰীৰ বেংক প্ৰতিষ্ঠান ক্ৰমে ইয়েছ বেংক আৰু লক্ষ্মী বিলাস বেংক।

৬. চলিত বৰ্ষৰ আন এক ব্যৰ্থতা হ’ল এয়াই যে ভাৰত চৰকাৰে পুনৰ আৰম্ভ কৰে ৰাজহুৱা খণ্ডৰ বিমান প্ৰতিষ্ঠান এয়াৰ ইণ্ডিয়াৰ বিক্ৰী প্ৰক্ৰিয়া। ঋণৰ বোজাত জৰ্জৰিত এই বিমান প্ৰতিষ্ঠানটো বিক্ৰীৰ বাবে ইতিমধ্যে নিবিদা প্ৰক্ৰিয়াও আৰম্ভ কৰিছিল চৰকাৰে। ইয়াৰ উপৰিও আন এক গুৰুত্বপূৰ্ণ বাণিজ্যিক ব্যৰ্থতা হ’ল ভ্ৰমণ-অতিথি সেৱা খণ্ডৰ দুৰ্যোগ।

ক’ৰোনা সংক্ৰমণৰ ফলত সৰ্বাধিক প্ৰভাৱিত হোৱা খণ্ডসমূহৰ ভিতৰত উল্লেখযোগ্য হল ভ্ৰমণ আৰু অতিথি সেৱা। আন্তঃৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক বিমান সেৱা এতিয়াও স্বাভাৱিক নোহোৱাৰ ফলত গুৰুতৰ সমস্যাত পৰিছে বিভিন্ন ভ্ৰমণ সংস্থা আৰু হোটেল। পৰ্যটকৰ অভাৱত ইতিমধ্যে বন্ধ হৈ পৰিছে বিভিন্ন ভ্ৰমণ সেৱাৰ প্ৰতিষ্ঠান আৰু হোটেল।

Previous Post

যোৰাবাটত ড্ৰাগছৰ বিৰুদ্ধে অপৰাধ শাখাৰ অভিযান

Next Post

সদনত অধ্যক্ষৰ সন্মুখত ক্ষমা বিচাৰিলে কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই
মনোৰঞ্জন

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

January 25, 2023
Next Post
সদনত অধ্যক্ষৰ সন্মুখত ক্ষমা বিচাৰিলে কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

সদনত অধ্যক্ষৰ সন্মুখত ক্ষমা বিচাৰিলে কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

বড়ো ভাষাক অসমৰ সহযোগী ভাষা হিচাপে স্বীকৃতি প্ৰদান

বড়ো ভাষাক অসমৰ সহযোগী ভাষা হিচাপে স্বীকৃতি প্ৰদান

লেহত মুকলি ভাৰতৰ সৰ্বোচ্চ বতৰ বিজ্ঞান কেন্দ্ৰ

লেহত মুকলি ভাৰতৰ সৰ্বোচ্চ বতৰ বিজ্ঞান কেন্দ্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8