• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

চৰকাৰী কাম-কাজত হিন্দী-ইংৰাজী নিষিদ্ধ!

নিউজ ডেস্ক by নিউজ ডেস্ক
March 25, 2022
in ৰাষ্ট্ৰীয়, ৰাজনীতি, সাহিত্য
1 min read
0
চৰকাৰী কাম-কাজত হিন্দী-ইংৰাজী নিষিদ্ধ!
Share on FacebookShare on Twitter

অসমীয়া ভাষাক লৈ অসমৰ ৰাইজ সংকিত হোৱাৰ সময়তে মহাৰাষ্ট্ৰৰ চৰকাৰে ললে এক উল্লেখনীয় পদক্ষেপ। মহাৰাষ্ট্ৰৰ স্থানীয় প্ৰশাসনৰ যিকোনো কাম-কাজত এতিয়াৰে পৰা মাৰাঠী ভাষা ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰা হ’ল। হিন্দী আৰু ইংৰাজী ভাষা নিষিদ্ধ কৰা হ’ল মহাৰাষ্ট্ৰৰ স্থানীয় প্ৰশাসনত। মাৰাঠী ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰিবলৈ গৃহীত হ’ল আইন। মহাৰাষ্ট্ৰৰ গ্ৰাম্য, নগৰীয়া সকলো স্থানীয় প্ৰশাসনত মাৰাঠী ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হৈছে।

আইনখন গৃহীত হোৱাৰ পাছত স্থানীয় প্ৰশাসনৰ সকলো ঘোষণা পত্ৰ, ভিতৰুৱা নির্দেশ, কাৰ্যালয়ৰ আদান প্রদান সকলো মাৰাঠী ভাষাত কৰিব লাগিব। বিশেষ কিছুমান পৰিস্থিতিৰ বাদে ইংৰাজী আৰু হিন্দী ভাষাৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ লগতে আইন অমান্য কৰিলে উপযুক্ত শাস্তি বিহাৰো কথাও উল্লেখ আছে আইনখনত। বৃহস্পতিবাৰে চলিত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত ৰাজ্যিক মন্ত্ৰী সুভাষ দেশায়ে বিধেয়কখন গৃহীত কৰিবলৈ উত্থাপন কৰে।

উল্লেখযোগ্য যে, মহাৰাষ্ট্ৰ ৰাজ্যিক ভাষা আইন ১৯৬৪ত নিকায়, নিগম, পঞ্চায়তত মাৰাঠী ভাষাক বাধ্যতামূলক কৰাৰ ব্যৱস্থা নাছিল যাৰ পৰিপ্ৰেক্ষিতত নতুন আইনখনৰ প্ৰয়োজনীয়তা আহি পৰিছিল।

Previous Post

চানডুবি বিলৰ পিতনিত বনজুই; আতংকিত ৰাইজ

Next Post

চৰকাৰৰ ১ লাখ চাকৰি হ’ব অস্থায়ী! অখিল গগৈয় দিলে ভৱিষ্যৎবাণী ! 

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
Next Post
চৰকাৰৰ ১ লাখ চাকৰি হ’ব অস্থায়ী! অখিল গগৈয় দিলে ভৱিষ্যৎবাণী ! 

চৰকাৰৰ ১ লাখ চাকৰি হ'ব অস্থায়ী! অখিল গগৈয় দিলে ভৱিষ্যৎবাণী ! 

মাদ্ৰাছাত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ পাছতহে আৰম্ভ হ’ব পাঠদান!

মাদ্ৰাছাত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ পাছতহে আৰম্ভ হ'ব পাঠদান!

news bulletin

নিউজ বুলেটিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8