• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

৩ হাজাৰ হোটেল ক’ভিড কেন্দ্ৰলৈ পৰিণত কৰিব চৰকাৰে; আন্দোলনৰ হুংকাৰ ব্যৱসায়ীসকলৰ

Manoranjan Majumder by Manoranjan Majumder
February 9, 2021
in জীৱনশৈলী, ৰাষ্ট্ৰীয়
1 min read
0
উত্তৰাখণ্ড
Share on FacebookShare on Twitter

বিশ্বৰ আটাইতকৈ বৃহৎ ধাৰ্মিক মেলা মহাকুম্ভ এইবাৰ হৰিদ্বাৰত অনুষ্ঠিত হ’ব।

মহাকুম্ভক লৈ প্ৰস্তুতি তুংগত। লাখ লাখ শ্ৰদ্ধালুৱে কুম্ভত পবিত্ৰ স্নান কৰে।

কিন্তু ক’ৰোনাকালত হৈ থকা এই আয়োজনৰ সময়ছোৱাত ভক্তসকলে সমস্য়াত ভুগিব পাৰে।

দৰাচলতে হৰিদ্বাৰ জিলা প্ৰশাসনে প্ৰায় ৩ হাজাৰখন হোটেল ক’ভিড কেয়াৰ চেণ্টাৰৰ বাবে চিহ্নিত কৰা হৈছে।

যাৰ বাবে তাত যোৱা ভক্তসকলে হোটেল বুকিং কৰাৰ ক্ষেত্ৰত সমস্যা ভুগিব পাৰে।

উল্লেখ্য, ১-২ দিনৰ ভিতৰত হোটেলসমূহক ক’ভিড কেয়াৰ চেণ্টাৰৰ অধিগ্ৰহণৰ বিষয়ে জনোৱা হ’ব।

চৰকাৰৰ এই সিদ্ধান্তৰ পিছত হোটেল ব্যৱসায়ীসকল যথেষ্ট দুঃখিত।

ক’ৰোনাক লৈ কুম্ভত বিশেষ আয়োজন কৰা হৈছে।

কিন্তু বৰ্তমানলৈ চৰকাৰে কোনো ধৰণৰ নটিফিকেচন জাৰি কৰা নাই, কিন্তু কুম্ভক লৈ প্ৰশাসনে বৃহৎ স্তৰত প্ৰস্তুতি আৰম্ভ কৰিছে।

সময়ত হোটেলসমূহক ক’ভিড কেয়াৰ চেণ্টাৰ হিচাপে কৰিবলৈ হাজাৰ হাজাৰ হোটেলক ক’ভিড কেয়াৰ চিহ্নিত কৰা হৈছে।

জিলা প্ৰশাসনে ক’ভিড কেয়াৰৰ বাবে প্ৰায় ১০ হাজাৰ বিছনা তৈয়াৰ কৰি আছে।

ইয়াৰোপৰি মেলা প্ৰশাসনে ইয়াৰ বাবে পৃথকভাৱে প্ৰস্তুতি চলাই আছে।

হোটেল ব্যৱসায়ী ক্ষুব্ধ
ইফালে, চৰকাৰৰ এই সিদ্ধান্তক লৈ হোটেল ব্যৱসায়ীসকল যথেষ্ট ক্ষুব্ধ দেখা পোৱা গৈছে।

হোটেল ব্যৱসায়ীসকলে কোৱা অনুসৰি যদি প্ৰশাসনে হোটেলসমূহ অধিগ্ৰহণ ক’ভিড চেণ্টাৰৰ বাবে কৰে তেন্তে ভক্তসকল ক’ত থাকিব।

যাৰ ফলত তেওঁলোকৰ ব্যৱসায়ো স্তব্ধ হৈ পৰিব।

ব্যৱসায়ীসকলে জনোৱা অনুসৰি প্ৰশাসনে ইয়াৰ বাবে নিজাববীয়াকৈ ব্যৱস্থা কৰি ল’ব লাগে।

হোটেল মালিকসকলে আন্দোলনৰো হুংকাৰ দিছে।

তেওঁ ক’লে যে জিলা প্ৰশাসনে হোটেলসমূহ ক’ভিড চেণ্টাৰ হিচাপে ৰূপ দিছিল কিন্তু বৰ্তমানলৈ ইয়াৰ ক্ষতিপূৰণ দিয়া হোৱা নায়।

Photo: Google

Tags: Corona VirusGovtuttarakhandউত্তৰাখণ্ড চৰকাৰক'ভিড চেণ্টাৰহোটেল
Previous Post

BREAKING-মই বাচি নাথাকিম, শেষবাৰৰ বাবে তাৰ মুখখন চাবলৈ মন গৈছে : অখিল গগৈৰ মাতৃ

Next Post

২৬ জানুৱাৰীত লালকিল্লা আক্ৰমণৰ মাষ্টাৰমাইণ্ড দীপ সিদ্ধুক গ্ৰেপ্তাৰ,দেশদ্ৰোহী ঘোষণা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই
মনোৰঞ্জন

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

January 25, 2023
Next Post
red fort violence

২৬ জানুৱাৰীত লালকিল্লা আক্ৰমণৰ মাষ্টাৰমাইণ্ড দীপ সিদ্ধুক গ্ৰেপ্তাৰ,দেশদ্ৰোহী ঘোষণা

himanta

ৰিপুণ বৰাৰ গা বদৰ বদৰ গোন্ধায়ঃ হিমন্ত বিশ্ব শৰ্মা

Road Accident

কৰুণ! আপোন লোকৰ অন্তিম সংস্কাৰ কৰিবলৈ গৈ পুনৰ ঘূৰি নাহিল ৭জন লোক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8