• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নকল সোণ দি ২ কোটি টকাৰ ল’লে লোন; তাৰ পিছত…

Manoranjan Majumder by Manoranjan Majumder
February 4, 2021
in ক্ৰাইম, ৰাষ্ট্ৰীয়
1 min read
0
Fake Gold
Share on FacebookShare on Twitter

মহাৰাষ্ট্ৰৰ থানেত কো-অপৰেটিভ বেংকত ২ কোটি টকাৰ নকল সোণ লোন কেলেংকাৰীৰ ঘটনা সংঘটিত হৈছে।

এই কেলেংকাৰী স্বামী-স্ত্ৰীসহ বেংক মেনেজাৰ আৰু গ’ল্ড ভেলুৱাৰে মিলি এই ঘটনাটো সংঘটিত কৰে।

ঘটনাটো পোহৰলৈ অহাৰ পিছত আৰক্ষীয়ে অভিযুক্তক আটক কৰিবলৈ চেষ্টা চলাই আছিল।

কিছুদিন পূৰ্বে আৰক্ষীয়ে জানিবলৈ পাই যে, অভিযুক্ত স্বামী আৰু স্ত্ৰী নিজৰ গাঁৱলৈ ৰাওনা হৈছে।

খবৰ পোৱা মাত্ৰকেই আৰক্ষীয়ে ঘেৰাও কৰি অভিযুক্ত দম্পতীক আটক কৰে।

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ মোখাৰা আৰক্ষীয়ে অভিযুক্ত হেমন্ত উদাবন্ত আৰু তেওঁৰ পত্নী ২০১৬ৰ পৰা পলাতক আছিল।

স্বামী-স্ত্ৰীদ্বয়ে ২০১৬ত থানে জিলাৰ কো-অপেৰেটিভ বেংকৰ পৰা নকল গ’ল্ড লোন লৈছিল।

অভিযুক্তই বেংকত নিজৰ পত্নী আৰু পৰিয়ালৰ অন্য সদস্য, ড্ৰাইভাৰ, কৰ্মচাৰী তথা সম্বন্ধীয় লোকৰ নামত বেংকত কেইবাটাও একাউণ্ট খুলিছিল।

ইয়াৰ পিছত বেংক মেনেজাৰসহ বেংক ভেলুৱাৰ আৰু অন্য ষ্টাফৰ সৈতে মিলি এই কেলেংকাৰীৰ ঘটনা সংঘটিত কৰিছিল।

এই একাউণ্টসমূহৰ জৰিয়তে নকল সোণ বন্ধকত থোৱাৰ সময়ত বেংকৰ গ’ল্ড ভেলুৱাৰে সেই নকল সোণখিনি আচল সোণ বুলি প্রত্যয়িত কৰিছিল।

এইধৰণে বেংক মেনেজাৰৰ ফালৰ পৰা উদাবন্ত আৰু তেওঁৰ সম্বন্ধীয় লোকক কেইবাবাৰো লোণ প্ৰদান কৰিছিল।

২০১৬ বৰ্ষত এজন Whistle Blowerৰ কাৰণে এই কেলেংকাৰী পোহৰলৈ আহে।

সেই সময়ত বেংক মেনেজাৰ, বেংকৰ ছিকিউৰিটী ষ্টাফ আৰু ভেলুৱাৰসহ কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছিল, কিন্তু অভিযুক্ত স্বামী-স্ত্ৰীক আটক কৰিবলৈ সক্ষম হোৱা নাছিল।

ইয়াৰ পিছতে আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰিছিল।

চলিত সপ্তাহৰ আৰম্ভণিতে আৰক্ষীয়ে স্বামী-স্ত্ৰীদ্বয়ক আটক কৰিবলৈ সক্ষম হয়।

Photo: Google

Tags: crimeDetainMaharastraআটকমহাৰাষ্ট্ৰ
Previous Post

আদালত অৱমাননাৰ ভয়ত পুনৰ দেৱব্ৰত শইকীয়াক ওভতাই দিলে বিৰোধী দলপতিৰ মৰ্যাদা

Next Post

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক আৰু উপ পঞ্জীয়কক নিলম্বন

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
Dibrugarh University

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক আৰু উপ পঞ্জীয়কক নিলম্বন

bsnl

বিএচএনএল য়ে পুনৰ উপলব্ধ কৰিলে পোষ্টপেড প্লেনৰ আনলিমিটেড সেৱা

Lurinjyoti Gogoi

AJP+ৰাইজৰ দল; আনুষ্ঠানিক মিত্ৰতা চূড়ান্ত, এই ঘোষণা লুৰীণজ্যোতি গগৈৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8