• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

স্বেচ্ছামূলক অৱসৰ লোৱা কৰ্মচাৰীৰ সন্তানে নাপাব চাকৰি ভাৰতীয় ৰে’লৱেত

admin by admin
August 8, 2020
in ৰাষ্ট্ৰীয়
1 min read
0
indian rail
Share on FacebookShare on Twitter

নিউজ ডেস্কঃ ভাৰতীয় ৰে’লৱেত প্ৰযোজ্য কৰা নতুন নিয়ম অনুসৰি এতিয়াৰ পৰা স্বেচ্ছামূলক অৱসৰ লোৱা ৰে’লৱে কৰ্মচাৰীৰ সন্তানে নাপাব পিতৃ অথবা মাতৃৰ চাকৰি। ভাৰতীয় ৰে’লত কৰ্মৰত কোনো কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত সন্তানে ভাৰতীয় ৰে’লত চাকৰি লাভ কৰাৰ নিয়ম ৰে’লৱে ব’ৰ্ডে বাতিল কৰিছে।ৰে’লৱেৰ সূত্ৰই জানিবলৈ দিয়া অনসুৰি ৰে’লৱেৰ চাকৰি প্ৰাৰ্থীয়ে পূৰ্ব নিয়মৰ বিৰুদ্ধে আইনৰ দ্বাৰস্থ হোৱাত আদালতে সেই নিয়ম খাৰিজ কৰিবলৈ নিৰ্দেশ দিছিল।ইতিমধ্যে আদালতৰ নিৰ্দেশৰ ভিত্তিতে পুৰণি নিয়ম বাতিল কৰি নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছে।

উল্লেখযোগ্য যে,নতুন নিয়ম অনুসৰি স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীয়ে ৬০বছৰ পৰ্যন্ত অর্ধেক বেতন আৰু ৰে’লৰ বিনামূলীয়া ভ্ৰমণৰ সুবিধা সম্পূৰ্ণভাৱে লাভ কৰিব।

চিত্ৰৰ উৎসঃ টুইটাৰ

Previous Post

১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিয়মীয়া পাঠদান

Next Post

অসমত উপলব্ধ হ’ব কম পানীত চলিব পৰা জাহাজ

Related Posts

বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ৰাষ্ট্ৰীয়

গুজৰাটত বৃষ্টিপাতত প্ৰাণ গ’ল ২০ জনৰ

November 27, 2023
এণ্ড’স্কপি কেমেৰাত বন্দী উত্তৰাখণ্ডৰ সুৰংগত আৱদ্ধ শ্ৰমিক!
সংবাদ

এণ্ড’স্কপি কেমেৰাত বন্দী উত্তৰাখণ্ডৰ সুৰংগত আৱদ্ধ শ্ৰমিক!

November 21, 2023
উত্তৰ কাশীত সুৰংগত বৰ্তমানেও আবদ্ধ ৪০ শ্ৰমিক!
সংবাদ

উত্তৰ কাশীত সুৰংগত বৰ্তমানেও আবদ্ধ ৪০ শ্ৰমিক!

November 18, 2023
মধ্যপ্ৰদেশত বিজেপি কৰ্মীয়ে ভোট কেন্দ্ৰত প্ৰৱেশত বাধা দিলে কমল নাথৰ পুত্ৰক
ৰাজনীতি

মধ্যপ্ৰদেশত বিজেপি কৰ্মীয়ে ভোট কেন্দ্ৰত প্ৰৱেশত বাধা দিলে কমল নাথৰ পুত্ৰক

November 17, 2023
নিৰ্বাচনী তালিকাৰ পৰা আতৰিল ৮৬ টা ৰাজনৈতিক সংগঠন!
ৰাজনীতি

প্ৰিয়ংকা গান্ধী আৰু আপৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ কাৰণ দৰ্শোৱাৰ জাননী!

November 15, 2023
আজি শিশু দিৱস
সংবাদ

আজি শিশু দিৱস

November 14, 2023
Next Post
ship

অসমত উপলব্ধ হ’ব কম পানীত চলিব পৰা জাহাজ

naba

বি টি এ ডি নিৰ্বাচনকলৈ বিজেপি , ইউ পি পি এলৰ গোপন বুজাবুজি শৰণীয়াৰ দাবী -- হাগ্ৰামাৰ বিপিএফে নাপায় দুখনতকৈ অধিক আসন

railway

৯ আগষ্টৰ ভাৰত ত্যাগ আন্দোলনৰ দিনাখনেই "ৰেল বচাওক-দেশ বচাওক" ধ্বনিৰে সমগ্ৰ দেশৰ ৰেল কৰ্মীৰ প্ৰতিবাদ সাব্যস্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8