নিউজ ডেস্কঃ কেশুভাইৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এইদৰে কয় যে কেশুভাই আছিল এজন বিচক্ষণ ৰাজনীতিবিদ যিয়ে সমাজৰ সকলো অংশৰ বাবে চিন্তা কৰিছিল৷ তেওঁ নিজৰ সমগ্ৰ জীৱনটো গুজৰাট আৰু গুজৰাটবাসীৰ বাবে উৎসৰ্গিত কৰিছিল৷
উল্লেখ্য, কেশুভাইয়ে জন সংঘ আৰু বিজেপিৰ আন্তঃগাঁথনি সৱলীকৰণৰ বাবে দেহেকেহ খাটি গুজৰাটৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছিল৷
Our beloved and respected Keshubhai has passed away…I am deeply pained and saddened. He was an outstanding leader who cared for every section of society. His life was devoted towards the progress of Gujarat and the empowerment of every Gujarati. pic.twitter.com/pmahHWetIX
— Narendra Modi (@narendramodi) October 29, 2020