বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্য বৰ্তমান সংকটমুক্ত ।
শ্বাস-প্ৰশ্বাসজনিত সমস্য়াৰ বাবে বৃহস্পতিবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় লালু প্ৰসাদ যাদৱক ।
নিউমুনিয়াত আক্ৰান্ত হৈছিল বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ।
ৰাঁচীৰ RIMS হাস্পতালত বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে লালু প্ৰসাদ যাদৱ ।
বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে প্ৰতিটো মুহুৰ্ত ।