• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

VIDEO:প্ৰথমে মাৰপিট; তাৰ পিছত অপহৰণ, CCTV বন্দী সমগ্ৰ ঘটনা

Manoranjan Majumder by Manoranjan Majumder
February 4, 2021
in ক্ৰাইম, ৰাষ্ট্ৰীয়
1 min read
0
VIDEO:প্ৰথমে মাৰপিট; তাৰ পিছত অপহৰণ, CCTV বন্দী সমগ্ৰ ঘটনা
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশ কানপুৰ জিলাত এজন ছাত্ৰক অপহৰণ কৰাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।

গাড়ীত অহা দুৰ্বৃত্তই দিন-দুপৰতে ৰাস্তাৰে গৈ থকা এজন ছাত্ৰক অপহৰণ কৰে।

অপহৰণ কৰাৰ পূৰ্বে ছাত্ৰজনক মাৰধৰো কৰে। বৰ্ৰা থানা এলেকাত সংঘটিত হোৱা এই ঘটনাটো CCTV বন্দী হয়।

দিন-দুপৰতে সংঘটিত হোৱা এই ঘটনাটোৰ পিছতে অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি হয়।

চিচিটিভিত ফুটেজত স্পষ্টভাৱে দেখা পোৱা গৈছে যে কিধৰণে ৪ দুৰ্বৃত্তই গাড়ীৰ পৰা বাহিৰলৈ ওলাই আহে আৰু ছাত্ৰজনক মাৰধৰ কৰে।

ছাত্ৰজনক মাৰধৰ কৰাৰ পিছত দুৰ্বৃত্ত কেইটাই ছাত্ৰজনক জোৰ কৰি গাড়ীত বহুৱাই লৈ যায়।

ছাত্ৰজনক মাৰধৰ কৰাৰ পিছত দুৰ্বত্তকেইটাই তাক আহত অৱস্থাত নৌবস্তাস্থিত গল্লা মণ্ডীৰ সমীপত জনশূন্য এলেকাত পেলাই থৈ যায়।

তাত উপস্থিত থকা লোকসকলে আহত ছাত্ৰজনক হাস্পতালত ভৰ্তি কৰোৱাই আৰু পৰিয়ালক জানিবলৈ দিয়ে।

#WATCH | Man gets kidnapped in broad daylight in Kanpur by being shoved in a car (3.2.2021)

Footage captured by a local CCTV camera pic.twitter.com/V7Z1cZdGNf

— ANI UP/Uttarakhand (@ANINewsUP) February 3, 2021

ভুক্তভোগী ছাত্ৰজনৰ নাম হ’ল উজ্জ্বল চৌধুৰী।

শিৱাজী ইণ্টাৰ কলেজত অধ্যয়নৰত উজ্জ্বল। স্কুলৰ পৰা ঘৰলৈ গৈ থকাৰ সময়তে এই ঘটনাটো সংঘটিত হয়।

উজ্জ্বলে আৰক্ষীক ক’লে যে ছাহিল সিং নামৰ এজন লোকে তাৰ পৰা টকা বিচাৰিছিল।

উজ্জ্বলে যেতিয়া টকা দিবলৈ অমান্তি হয় তেতিয়া তাক মাৰধৰ কৰি লগত লৈ যায়।

Photo: Google

Tags: KidnapeUttar Pradeshঅপহৰণউত্তৰ প্ৰদেশ
Previous Post

SCAM-2021- SI কেলেংকাৰীতকৈ তিনিগুণ বৃহৎ কেলেংকাৰী

Next Post

১ মাৰ্চত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিব ভাৰতৰ নিৰ্বাচন আয়োগে

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
election commission of india

১ মাৰ্চত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিব ভাৰতৰ নিৰ্বাচন আয়োগে

দৰিদ্ৰতা যেতিয়া আত্মহননৰ কাৰণ হয়…

দৰিদ্ৰতা যেতিয়া আত্মহননৰ কাৰণ হয়...

প্ৰেমিকাই প্ৰেমিকক হত্যা কৰি খুৱালে কুকুৰ; কাৰণ জানিবলৈ কৰক ক্লিক…

প্ৰেমিকাই প্ৰেমিকক হত্যা কৰি খুৱালে কুকুৰ; কাৰণ জানিবলৈ কৰক ক্লিক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8