ইছলামৰ বিৰুদ্ধে বিদ্বেষমূলক ভৱিষ্যদ্বাণী কৰি বৰ্খাস্ত খ্ৰীষ্টান ধৰ্মযাজক ৷
আফ্ৰিকাৰ প্ৰখ্যাত ধৰ্মযাজক ৰবাৰ্ট সাৰাক ধৰ্মগুৰু আসনৰ পৰা বৰ্খাস্ত কৰিছে পোপ ফ্ৰান্সিসে ৷
সমগ্ৰ বিশ্ব ইছলামে গ্ৰাস কৰিব বুলি কৰিছিল ভৱিষ্যদ্বাণী ৷
বিশ্বজুৰি ইছলামে আক্ৰমণ চলাব বুলি সতৰ্কবাণী কৰিছিল ধৰ্মযাজক ৰবাৰ্ট সাৰাই ৷
২০১৯ চনতেই এই বিতৰ্কিত মন্তব্য কৰিছিল ৰবাৰ্ট সাৰাই ৷
উল্লখ্য, আফ্ৰিকাৰ অন্যতম শ্ৰেষ্ঠ ধৰ্মগুৰু হিচাপে প্ৰসিদ্ধ ৰবাৰ্ট সাৰা ৷
পোপ ফ্ৰান্সিসৰ সৈতে ২০১৪ চনতো সংঘাতৰ সৃষ্টি হৈছিল ধৰ্মযাজকগৰাকীৰ ৷
photo: Google