• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দেশত এটা নতুন সত্তা উঠি আহিছে, সেয়া হৈছে ‘আন্দোলনজীৱী’: নৰেন্দ্ৰ মোদী

Manoranjan Majumder by Manoranjan Majumder
February 8, 2021
in ৰাষ্ট্ৰীয়
1 min read
0
Narendra Modi
Share on FacebookShare on Twitter

সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ অভিভাষণ সন্দৰ্ভত হোৱা আলোচনাৰ ওপৰত উত্তৰ প্ৰদান কৰে।

ক’ৰোনাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে যে সমগ্ৰ বিশ্বই এটা বৃহৎ সংকটৰ সৈতে যুঁজ দি আছে।

ৰাষ্ট্ৰপতিৰ অভিভাষণৰ বিপক্ষৰ দ্বাৰা বহিষ্কাৰ কৰাক লৈ প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীয়ে ক’ল যে আমি আমাৰ যুৱ প্ৰজন্মক এই কথাটো শিকোৱা নাই যে এইখন দেশ লোকতন্ত্ৰৰ জননী হয়।

আমি এই কথাটো নতুন প্ৰজন্মক শিকাব লাগিব।

তেওঁ ক’লে যে, আমাৰ লোকতন্ত্ৰ ‘সত্যম, শিৱম, সুন্দৰৰ ওপৰত আধাৰিত।

ভাষণ সম্বোধনৰ সময়ত তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক তেওঁৰ কথা মনত পেলাই কয় যে, আপুনি যি কৈছিল সেয়া মোদী চৰকাৰে কৰি আছে, ইয়াক লৈ গৰ্ব কৰক।

প্ৰধানমন্ত্ৰীয়ে ক’লে যে আমি আন্দোলনজীৱীৰ পৰা বাচি থাকিব লাগিব।

এইসকল লোকক প্ৰতিটো আন্দোলনতে দেখা পোৱা যায়।

তেওঁ ক’লে যে দেশক অস্থিৰ কৰা সকলৰ পৰা আমি বাচি থাকিব লাগিব।

প্ৰধানমন্ত্ৰীয়ে ক’লে যে সদনত কৃষক আন্দোলনক লৈ বহু চৰ্চা হৈছে কিন্তু কোনো এগৰাকী সাংসদে এই কথাটো ক’ব নোৱাৰিলে যে আন্দোলন কিয় হৈ আছে।

তেওঁলোকে কৃষকসকলক আহ্বান জনাই যে আন্দোলন সমাপ্ত কৰিব লাগে।

প্ৰধানমন্ত্ৰীয়ে ক’লে যে এমএছপি আছিল, আছে আৰু ভৱিষ্যতেও থাকিব।

তলত পঢ়ক তেওঁৰ ভাষণৰ মূল কথা-

দেশখনক নতুন “FDI”ৰ পৰা বচাব লাগিব
প্ৰধানমন্ত্ৰীয়ে মোদীয়ে টুলকিটৰ আওতা লৈ দেশক নতুন FDIৰ পৰা বাচিব ক’লে।

প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণ সম্বোধনৰ সময়ছোৱাত ক’লে যে দেশখনক নতুন FDIৰ পৰা বাচি থকাটো প্ৰয়োজন।

তেওঁ ক’লে যে, নতুন FDI অৰ্থাৎ বিদেশী বিনাশকাৰী চিন্তাধাৰা।

আমি FDIৰ পুৰণি পৰিভাষা অৰ্থাৎ প্ৰত্যক্ষ বিদেশী বিনিয়োগ অব্যাহত ৰাখিব লাগিব।

কৃষকসকলক আন্দোলন শেষ কৰাৰ আহ্বান
প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃষকসকলক আন্দোলন শেষ কৰাৰ আহ্বান জনায়।

তেওঁ ক’লে যে আমি আন্দোলনকাৰীসকলক বুজাই আমি আগবাঢ়িব লাগিব, গালি মোৰ ফালে ঠেলি দিয়ক কিন্তু পৰিৱৰ্তন হ’ব দিয়ক।

বয়োজ্যেষ্ঠ আন্দোলনত বহি আছে, তেওঁলোকে ঘৰলৈ যাব লাগে।

আন্দোলন শেষ কৰক আৰু আলোচনা অব্যাহত থাকিব।

আন্দোলনজীৱী আৰু পৰজীৱীৰ পৰা বাচি থাকক দেশ
প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে যে বিগত কিছু বছৰত দেশত নতুন সত্তা পোহৰলৈ আহিছে আৰু সেয়া আন্দোলনজীৱীৰ হয়।

অধিবক্তাসকলৰ আন্দোলনেই হওক, ছাত্ৰসকলৰ হওক, এই সকলো সেই স্থানত উপস্থিত হয়।

দেশ এই আন্দোলনজীৱীৰ পৰা বাচি থকাটো প্ৰয়োজন।

এই আন্দোলনজীৱী পৰজীৱী হয়।

আমি দেশখনক ইয়াৰ পৰা ৰক্ষা কৰিব লাগে।

ভাল কাম হ’বলৈ দিয়ক, গালি দিব আছে যদি মোৰ একাউণ্টতত দি থাকক, মোদী হয় সুযোগ লৈ থাকক…
প্ৰধানমন্ত্ৰীয়ে কৃষি পৰিৱৰ্তনক লৈ ক’লে যে ভাল কাম হ’বলৈ দিয়ক আৰু যি গালি দিব আছে সেয়া মোৰ একাউণ্টতত দিয়ক।

তেওঁ ক’লে যে, মোৰ বিৰুদ্ধে বহু টিপ্পনী দিছে, মই আপোনালোকৰ কামত আহিছো, এয়া মোৰ ভাগ্য বুলি ভাবিম, এই আনন্দ সদায় লয় থাকক।

MSP আছিল, আছে আৰু ভৱিষ্যতেও থাকিব
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’লে যে এবাৰ চাব লাগে যে কৃষি পৰিৱৰ্তনেৰে পৰিৱৰ্তন হয় নে নহয়।

কিবা সমস্যা থাকিলে সেয়া ঠিক কৰি ল’ম।

মই বিশ্বাস দিছো যে মণ্ডিয়া আৰু বেছি আধুনিক হ’ব।

MSP আছিল। MSP আছে। ভৱিষ্যতেও থাকিব।

Photo: Google

 

Tags: Andolan JiviFarmers ProtestNarendra Modiঅভিভাষণআন্দোলনজীৱীকৃষক আন্দোলননৰেন্দ্ৰ মোদী
Previous Post

আপুনি তুলসী খাই নে? জানো আহক তুলসীৰ উপকাৰিতা

Next Post

১৪ ফ্ৰেব্ৰুৱাৰীত আপুনি অকলশৰীয়া নেকি ? তেন্তে এই যুৱকজনক অনুসৰণ কৰক …

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই
মনোৰঞ্জন

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

January 25, 2023
Next Post
shakul

১৪ ফ্ৰেব্ৰুৱাৰীত আপুনি অকলশৰীয়া নেকি ? তেন্তে এই যুৱকজনক অনুসৰণ কৰক …

জগদীশ ভূঞাৰ প্ৰেছ বিবৃতিত খেলিমেলি; ‘পৰিত্ৰাণ’ৰ সলনি ‘পৰিৱৰ্তন’ লিখি লাগিল জগৰ

জগদীশ ভূঞাৰ প্ৰেছ বিবৃতিত খেলিমেলি; 'পৰিত্ৰাণ'ৰ সলনি 'পৰিৱৰ্তন' লিখি লাগিল জগৰ

Akhil Gogoi

কাৰাগাৰৰ পৰা মুক্তি কেতিয়া কৃষক নেতা অখিল গগৈৰ ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8