• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কুটুবমিনাৰ খনন কৰা নহয়ঃ কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী জি কে ৰেড্ডী

নিউজ ডেস্ক by নিউজ ডেস্ক
May 23, 2022
in ৰাষ্ট্ৰীয়, ৰাজনীতি, সংস্কৃতি
1 min read
0
কুটুবমিনাৰ খনন কৰা নহয়ঃ কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী জি কে ৰেড্ডী
Share on FacebookShare on Twitter
উত্তৰ প্ৰদেশৰ জ্ঞানৱাপী মছজিদত হিন্দু ধৰ্মীয় কেতবোৰ চিহ্ন উদ্ধাৰ হোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে কুটুবমিনাৰৰ চৌহদ খননৰ নিৰ্দেশ দিয়াৰ খবৰ দেওবাৰে ভাইৰেল হৈ পৰিছিল। দেশৰ বহু আগশাৰীৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো এই খবৰ প্ৰকাশ পাইছিল। এই খবৰ ভাইৰেল হৈ পৰাৰ পিছতে এতিয়া কেন্দ্ৰীয় সাংস্কৃতিমন্ত্ৰী জি কে ৰেড্ডীৰ মন্তব্য প্ৰকাশ পাইছে।

দিল্লীস্থিত কুটুবমিনাৰ খননৰ সকলো জল্পনা-কল্পনা অন্ত পেলাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৈছে যে, কুটুবমিনাৰ খননৰ কোনো সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নাই। উল্লেখ্য যে, কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ে ঐতিহাসিক কুটুবমিনাৰত হিন্দু ধৰ্মীয় দেৱতা গণেশৰ দুটা মূৰ্তি থকাৰ কথা প্ৰকাশ পাইছিল। ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এ এছ আই)য়ে খনন আৰম্ভ কৰি সংস্কৃতি মন্ত্ৰালয়ক প্ৰতিবেদন দাখিল কৰিব লাগিব বুলিও খবৰ প্ৰকাশ পাইছিল।

কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰীয়ে স্পষ্ট কৰি দিছে যে, মন্ত্ৰালয়ে এনে কাম কৰাৰ কথা চিন্তা কৰা নাই। প্ৰকৃততে, সংস্কৃতিক সচিব গোবিন্দ মোহনে শনিবাৰে স্মাৰকটো পৰিদৰ্শন কৰিছিল। ইয়াৰ পিছতেই কুটুবুদ্দিন আইবাক নে চন্দ্ৰগুপ্ত বিক্ৰমাদিত্যৰ দ্বাৰা কুটুব মিনাৰ নিৰ্মাণ কৰা হৈছিল সেই তথ্য স্পষ্ট কৰিবলৈ এ এছ আইক খনন কাৰ্য চলাবলৈ নিৰ্দেশ দিয়া হৈছে বুলি খবৰ বিয়পি পৰিছিল।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

মাধমাৰ! মহানগৰীত বৃদ্ধি পাব জাবৰ সংগ্ৰহৰ মাচুল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
Next Post
মাধমাৰ! মহানগৰীত বৃদ্ধি পাব জাবৰ সংগ্ৰহৰ মাচুল

মাধমাৰ! মহানগৰীত বৃদ্ধি পাব জাবৰ সংগ্ৰহৰ মাচুল

পূৰ্ব পৰিকল্পিত আছিল বটদ্ৰৱা কাণ্ড!

পূৰ্ব পৰিকল্পিত আছিল বটদ্ৰৱা কাণ্ড!

২৩হাজাৰ যুৱক-যুৱতীক আজি মুখ্যমন্ত্ৰীয়ে দিব নিযুক্তি পত্ৰ

তিনি প্ৰকাৰৰ মুছলমান আছে অসমতঃ হিমন্ত বিশ্ব শৰ্মা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8