গুৱাহাটীঃ অহা ৫ আগষ্টত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ ভূমি পূজন কৰা হব । ভূমি পূজনৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ সাজু কৰা হৈছে । এই ভূমি পুজনলৈ মা কামাখ্যা মন্দিৰৰ পৱিত্ৰ জল আৰু ভূমি সংগ্ৰহ কৰি পঠাই দিয়া হৈছে । ডাকযোগে পঠাই দিয়া হৈছে ব্ৰহ্মপুত্ৰৰ পানী আৰু বালি ।বিশ্ব হিন্দু পৰিষদৰ ফালৰ পৰা সংগ্ৰহ কৰি পঠাই দিয়া হৈছে এই সামগ্ৰীখিনি।