• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক মুলায়েম সিং যাদৱৰ দেহাৱসান

নিউজ ডেস্ক by নিউজ ডেস্ক
October 10, 2022
in ৰাষ্ট্ৰীয়, ৰাজনীতি
1 min read
0
সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক মুলায়েম সিং যাদৱৰ দেহাৱসান
Share on FacebookShare on Twitter

সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক মুলায়েম সিং যাদৱৰ দেহাৱসান। উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুৰ সময়ত উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বয়স আছিল ৮২ বছৰ। গুৰুগ্ৰামৰ মেদান্তা হাস্পতালত আজি পুৱা ৮.১৬ বজাত অন্তিম নিশ্বাস ত্যাগ কৰে মুলায়েম সিং যাদৱে। সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱে মৃত্যুৰ খবৰ নিশ্চিত কৰি কয়, মোৰ শ্ৰদ্ধাৰ পিতৃ আৰু সকলোৰে নেতা মুলায়েম সিং যাদৱ আৰু নাই।

মুলায়েম সিং যাদৱৰ জন্ম ১৯৩৯ চনৰ ২২ নৱেম্বৰত ইটাৱা জিলাৰ ছেফই গাঁৱত এক কৃষক পৰিয়ালত হৈছিল। পিতৃৰ নাম সুঘৰ সিং আৰু মাতৃৰ নাম আছিল মূৰ্তি দেৱী। তিনিবাৰকৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল তেওঁ। ৰাজনীতিলৈ অহাৰ পূৰ্বে মুলায়েম সিং যাদৱে আগ্ৰা বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ আৰু বিটি কৰাৰ পিছত উপৰান্ত ইণ্টাৰ কলেজত প্ৰবক্তা হিচাপে নিযুক্তি হৈছিল। সক্ৰিয় ৰাজনীতিলৈ অহাৰ পিছত চাকৰিৰ পৰা পদত্যাগ কৰিছিল।

তেওঁ ১৯৮২ৰ পৰা ১৯৮৫ চনলৈ বিধান পৰিষদৰ সদস্য আছিল। লোহিয়া আন্দোলনত অংশগ্ৰহণ কৰা মুলায়েম সিং যাদৱে চাৰি অক্টোবৰ ১৯৯২ চনত সমাজবাদী পাৰ্টীৰ জন্ম দিছিল। উত্তৰ প্ৰদেশৰ তিনিবাৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰিছিল মুলায়েম সিং যাদৱে।

Previous Post

লাহৰীঘাটত বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল বাসগৃহ

Next Post

মৃত্যুৰ কিৰিলি! অট্টালিকা খহি শিশু সহ ৩ জন আৰু পানীত ডুবি মৃত্যু ৬ টি শিশুৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
Next Post
মৃত্যুৰ কিৰিলি! অট্টালিকা খহি শিশু সহ ৩ জন আৰু পানীত ডুবি মৃত্যু ৬ টি শিশুৰ

মৃত্যুৰ কিৰিলি! অট্টালিকা খহি শিশু সহ ৩ জন আৰু পানীত ডুবি মৃত্যু ৬ টি শিশুৰ

কোকৰাঝাৰত দুস্কৃতিকাৰীয়ে জ্বলালে নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকা!

কোকৰাঝাৰত দুস্কৃতিকাৰীয়ে জ্বলালে নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকা!

পৰ্বত আৰোহণৰ প্ৰশিক্ষণ ল’বলৈ গৈ সন্ধানহীন হোৱা দীপশিখাৰ মৃতদেহ উদ্ধাৰ

আজি শেষকৃত্য সম্পন্ন হ'ব পৰ্বতাৰোহী দীপশিখা হাজৰিকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8