• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কৰুণ! আপোন লোকৰ অন্তিম সংস্কাৰ কৰিবলৈ গৈ পুনৰ ঘূৰি নাহিল ৭জন লোক

Manoranjan Majumder by Manoranjan Majumder
February 9, 2021
in ৰাষ্ট্ৰীয়
1 min read
0
Road Accident
Share on FacebookShare on Twitter

মঙলবাৰে পুৱা বাৰানসী-লক্ষ্ণৌ নেচনেল হাইৱে’ত এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হয়।

হাইৱে’ত ট্ৰাক আৰু পিক-আপৰ মুখামুখি সংঘৰ্ষত ৭জন লোকে কৰুণ মৃত্যুক সাৱটে।

জলালপুৰ থানাৰ সমীপৰ লহংপুৰ গাঁৱৰ সমীপত সংঘটিত হোৱা এই ঘটনাটোত ১০ লোক গুৰুতৰভাৱে আহত হয়।

আহত আটাইকেইজন লোককে জিলা হাস্পতাল আৰু বাৰানসী হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

আহত লোকসকলৰ অৱস্থা যথেষ্ট সংকটজনক।

অন্তিম সংস্কাৰৰ পৰা আহি আছিল আটাইকেইজন লোক
এই দুৰ্ঘটনাটো সেই সময়ত সংঘটিত হয় যিটো সময়ত পিক-আপত যাত্ৰা কৰা লোকসকল বাৰানসীত এগৰাকী বয়োজ্যেষ্ঠ মহিলাৰ অন্তিম সংস্কাৰ কৰি উভতি আহি আছিল।

আটাইকেইজন লোক চৰায়খাবজা থানা এলেকাৰ জলালপুৰ গাঁৱৰ নিৱাসী।

উল্লেখ্য, ধনদেই দেৱী(১১২) নামৰ এগৰাকী মহিলা দেওবাৰে নিধন হৈছিল।

মৃত্যু হোৱাৰ পিছত তেওঁৰ জোঁৱাই লক্ষ্মীশংকৰ গাঁৱৰ লোকসকলৰ সৈতে অন্তিম সংস্কাৰৰ বাবে মৃতদেহটো বাৰানসীলৈ লৈ গৈছিল।

মঙলবাৰে নিশা প্ৰায় ৩ বজাত লহংপুৰ গাঁৱৰ সমীপত পিক-আপ বাহনখন ভুল দিশেৰে আহি থকা ট্ৰাকক খুন্দা মাৰে।

খুন্দা ইমানেই ভয়ংকৰ আছিল যে পিক-আপ বাহনখন ভাঙি চূৰমাৰ হয়।

DM আৰু SPয়ে ল’লে আহতৰ অৱস্থা
দুৰ্ঘটনাটোত খুন্দাৰ শব্দ শুনি কিছু সমীপত থকা ফুলপুৰ থানাৰ ঔদ্যোগিক ক্ষেত্ৰৰ থানা চকীৰ জোৱান ঘটনাস্থলীত উপস্থিত হয়।

আৰক্ষীয়ে আহতসকলক বাহিৰলৈ ওলিয়াই পিণ্ডৰা আৰু জৌনপুৰ জিলা হাস্পতাললৈ প্ৰেৰণ কৰে।

জিলা চিকিৎসালয়ত DM আৰু SPয়ে আহতসকলৰ খবৰ লয়।

দুৰ্ঘটনাটোত মৃত লোককেইজনৰ নাম ক্ৰমে অমৰ বাহাদুৰ যাদৱ(৫৮), ৰামশৃংগাৰ যাদৱ(৩৮), মুন্নীলাল যাদৱ(৩৮), ইন্দ্ৰজিত যাদৱ(৪৮), কমলা প্ৰসাদ যাদৱ(৬০) আৰু ৰামকুমাৰ(৬৫)।

Photo: Google

Tags: Road Accidentআহতপথ দুৰ্ঘটনাবাৰানসীমৃত্যু
Previous Post

ৰিপুণ বৰাৰ গা বদৰ বদৰ গোন্ধায়ঃ হিমন্ত বিশ্ব শৰ্মা

Next Post

‘ৰাম তেৰী গংগা মেলী’ৰ জনপ্ৰিয় অভিনেতা ৰাজীৱ কাপুৰৰ দেহাৱসান

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই
মনোৰঞ্জন

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

January 25, 2023
Next Post
rajiv kapoor

'ৰাম তেৰী গংগা মেলী'ৰ জনপ্ৰিয় অভিনেতা ৰাজীৱ কাপুৰৰ দেহাৱসান

অৰুণাচলী দুৰ্বৃত্তৰ সন্ত্ৰাস; ২ অসমীয়া যুৱকক গুলীয়ালে অৰুণাচলী যুৱকে

অৰুণাচলী দুৰ্বৃত্তৰ সন্ত্ৰাস; ২ অসমীয়া যুৱকক গুলীয়ালে অৰুণাচলী যুৱকে

Gold Smuggler

গুহ্যদ্বাৰত লুকুৱাই সোণ সৰবৰাহ কৰে সৰবৰাহকাৰীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8