- ত্ৰিপুৰাত ৮ গৰাকী বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ।
- আগৰতলা ৰে’ল ষ্টেচনত কৰ্তব্যৰত জি আৰ পিয়ে গ্ৰেপ্তাৰ কৰে বাংলাদেশী কেইজনক।
- গ্ৰেপ্তাৰ কৰা বাংলাদেশী কেইগৰাকীৰ ৫গৰাকী যুবতী আৰু ৩জন পুৰুষ।
- অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ।
- দালালৰ জৰিয়তে ভাৰতত প্ৰৱেশ কৰিছিল বাংলাদেশী কেইগৰাকী।