• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

৩ বছৰত অৰুণাচলৰ ৬ কি:মি: মাটি দখল চীনৰ!

নিউজ ডেস্ক by নিউজ ডেস্ক
December 14, 2022
in উত্তৰ পূৰ্বাঞ্চল, ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
৩ বছৰত অৰুণাচলৰ ৬ কি:মি: মাটি দখল চীনৰ!
Share on FacebookShare on Twitter

চীনৰ ভয়ংকৰ আগ্ৰাসনৰ বলি হৈ আহিছে ভাৰত আৰু ভূটান। ৩ বছৰতেই অৰুণাচলৰ ৬ কি:মি: ভিতৰলৈ সোমাই ইতিমধ্যেই বহু গাওঁ নিৰ্মাণ চীনৰ। আনহাতে, ভূটানতো ২৫ হেজাৰ একৰ ভূমি চীনৰ দখলত। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সংবাদ মেল আৰু সদনত সততেই চীনৰ আগ্ৰাসনক প্ৰশ্ৰয় দিয়া নহ’ব বুলি দি অহা হুংকাৰৰ বিৰুদ্ধে চীনে প্ৰকৃততে চলোৱা আগ্ৰাসনৰ ক্ষেত্ৰত আকৌ বহু ক্ষেত্ৰত নিমাত চৰকাৰ।

উল্লেখ্য যে, ৯ ডিছেম্বৰত ভাৰতীয় সেনাৰ ওপৰত জপিয়াই পৰিছিল ৬ শতাধিক চীনা সৈন্য। বৈদ্যুতিক লাঠি আৰু লোহাৰ কাইট যুক্ত লাঠিৰে কৰা আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছিল ৪ জনকৈ ভাৰতীয় সেনাই। পৰৱৰ্তী সময়ত চীনা সৈন্যৰ এই দলবদ্ধ আক্ৰমণক মুষ্টিমেয় ভাৰতীয় সেনায়েই বাধা দিয়ে যদিও ইতিমধ্যেই আঘাতপ্ৰাপ্ত হৈছিল সেনা ৪ গৰাকী।

ভাৰতীয় সেনাৰ ওপৰত চীন অথবা পাকিস্তানৰ এনে আক্ৰমণ পূৰ্বেও ঘটি আহিছে। জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ পুলৱামাত সেনাৰ বাহন এখন বিস্ফোৰক সামগ্ৰীৰে উৰুৱাই দিয়াৰ ফলত বাহনৰ ভিতৰত থকা সেনাৰ দলটো জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰিছিল।

Previous Post

দৰমহাৰ মুখ নেদেখাকৈয়ে মৃত্যু বন বিভাগৰ বেতন বঞ্চিত কেজুৱেল বনকর্মী

Next Post

বোকাজানত শোকাৱহ পথ দুৰ্ঘটনা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
Next Post
সুৰামত্ত চালক! মহানগৰীত স্কুলবাছ দুৰ্ঘটনাগ্ৰস্ত

বোকাজানত শোকাৱহ পথ দুৰ্ঘটনা

মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ

গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8