• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

জুক’ ভেলীত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ড

Manoranjan Majumder by Manoranjan Majumder
December 30, 2020
in উত্তৰ পূৰ্বাঞ্চল
1 min read
0
জুক’ ভেলীত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ড
Share on FacebookShare on Twitter

নিউজ ডেস্কঃ নাগালেণ্ডৰ পৰ্যটকৰ বিশেষ আকৰ্ষণৰ স্থলী  জুক’ ভেলীত মঙলবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ বছৰৰ শেষৰভাগত পৰ্যটক স্থলী জুক’ ভেলীত কেনেকৈ অগ্নিকাণ্ড সংঘটিত হৈছে, সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই৷ নাগালেণ্ডৰ ৰাজধানী কহিমাৰ পৰাও এই অগ্নিকাণ্ড প্ৰত্যক্ষ হৈছে বুলি জানিব পৰা গৈছে৷

নাগালেণ্ডৰ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে এই ঘটনা সংঘটিত হৈছে বুলি নিশ্চিত কৰি বায়ু সেনাৰ দ্বাৰা এই জুই নিৰ্বাপনৰ বাবে অনুৰোধ কৰিছে ৷ এই প্ৰচণ্ড অগ্নিকাণ্ডই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ জুক’ ভেলীৰ ভিউ পইণ্ট সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে বুলি জানিব পৰা গৈছে৷

জুক’ ভেলী সংৰক্ষণৰ দায়িত্বত থকা ছাউথ আংগামি য়ুথ এছ’চিয়েশ্যনে বুধবাৰে অগ্নিকাণ্ড সংঘটিত হোৱা স্থানসমূহ পৰিদৰ্শন কৰি ইয়াৰ ওপৰত এখন প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়াব বুলি উল্লেখ কৰিছে।

Previous Post

আজিৰে পৰা আৰম্ভ হ’ব ৩৩তম গুৱাহাটী গ্ৰন্থমেলা

Next Post

কৃষক নেতা অখিল গগৈক জাতীয় বীৰৰ অভিধা অসম জাতীয় সংঘৰ

Related Posts

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
PHDCCI মোমেন্টাম নৰ্থইষ্ট ২০২৩-ৰ দ্বিতীয় দিনটোত উত্তৰ-পূব অঞ্চলৰ বিকাশ আৰু প্ৰযুক্তিগত জীৱিকা সৃষ্টিৰ বাবে আত্মনিৰ্ভৰ এফপিঅ’ গুৰুত্ব
উত্তৰ পূৰ্বাঞ্চল

PHDCCI মোমেন্টাম নৰ্থইষ্ট ২০২৩-ৰ দ্বিতীয় দিনটোত উত্তৰ-পূব অঞ্চলৰ বিকাশ আৰু প্ৰযুক্তিগত জীৱিকা সৃষ্টিৰ বাবে আত্মনিৰ্ভৰ এফপিঅ’ গুৰুত্ব

January 21, 2023
অসম আৰু নাগালেণ্ডৰ ৰাজ্যপালে গুৱাহাটীত উদ্বোধন কৰে PHDCCIৰ দ্বিতীয় সংস্কৰণ মোমেন্টাম নৰ্থইষ্ট
উত্তৰ পূৰ্বাঞ্চল

গুৱাহাটীৰ কলাক্ষেত্ৰত আৰম্ভ হ’ল মোমেণ্টাম নৰ্থইষ্ট ২০২৩

January 21, 2023
অসম আৰু নাগালেণ্ডৰ ৰাজ্যপালে গুৱাহাটীত উদ্বোধন কৰে PHDCCIৰ দ্বিতীয় সংস্কৰণ মোমেন্টাম নৰ্থইষ্ট
সংবাদ

অসম আৰু নাগালেণ্ডৰ ৰাজ্যপালে গুৱাহাটীত উদ্বোধন কৰে PHDCCIৰ দ্বিতীয় সংস্কৰণ মোমেন্টাম নৰ্থইষ্ট

January 21, 2023
২০ জানুৱাৰীৰ পৰা গুৱাহাটীত মমেন্টাম নৰ্থ ইষ্ট, ২০২৩ৰ শুভাৰম্ভ
ৰাজনীতি

২০ জানুৱাৰীৰ পৰা গুৱাহাটীত মমেন্টাম নৰ্থ ইষ্ট, ২০২৩ৰ শুভাৰম্ভ

January 19, 2023
ঘোষণা কৰা হ’ল ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ দিন
ৰাজনীতি

ঘোষণা কৰা হ’ল ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ দিন

January 18, 2023
Next Post
কৃষক নেতা অখিল গগৈক জাতীয় বীৰৰ অভিধা অসম জাতীয় সংঘৰ

কৃষক নেতা অখিল গগৈক জাতীয় বীৰৰ অভিধা অসম জাতীয় সংঘৰ

যোৰাবাটত ড্ৰাগছৰ বিৰুদ্ধে অপৰাধ শাখাৰ অভিযান

যোৰাবাটত ড্ৰাগছৰ বিৰুদ্ধে অপৰাধ শাখাৰ অভিযান

উভতি চাওঁ আহক … ২০২০ চনৰ কেইটিমান বাণিজ্যিক খবৰ

উভতি চাওঁ আহক … ২০২০ চনৰ কেইটিমান বাণিজ্যিক খবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8