- মেঘালয়ৰ সোণাপুৰত ভয়ংকৰ ভূমিস্খলন।
- চলন্ত ট্রাকৰ ওপৰত খহি পৰিল পাহাৰৰ মাটি আৰু গছ।
- সোণাপুৰ টাৰ্নেলৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা।
- গছ খহি পৰাৰ ফলত বিস্তৰ ক্ষতিসাধন হয় ট্রাকখনৰ।
- কথমপি ৰক্ষা পৰে ট্রাকখনৰ চালক-হেণ্ডিমেনৰ।
- ভূমিস্খলনৰ ফলত পথ ছোৱাৰে ব্যাহত যাতায়াত।
- পথ মুকলিৰ বাবে প্রশাসনে অব্যাহত ৰাখিছে অভিযান।